আলফাৰ প্ৰতিবাদ দিৱস-২৮ নৱেম্বৰৰ দিনটোতে অসমত জাপি দিয়া হৈছিল ৰাষ্ট্ৰপতি শাসন
Update Now
0:00 / 0:00
আলফাৰ প্ৰতিবাদ দিৱস-২৮ নৱেম্বৰৰ দিনটোতে অসমত জাপি দিয়া হৈছিল ৰাষ্ট্ৰপতি শাসন
407 275 просмотров · 1 г. назад
Update Now
42,2 тыс. подписчиков
407 275 просмотров · 1 г. назад
আজি আলফাৰ প্ৰতিবাদ দিৱস
২৮ নৱেম্বৰৰ দিনটোতে অসমত জাপি দিয়া হৈছিল ৰাষ্ট্ৰপতি শাসন
৩০হাজাৰ ভাৰতীয় সেনাই আলফাৰ বিৰুদ্ধে চলাইছিল অপাৰেশ্যন বজৰংগ
আলফা দমনৰ নামত সেনাই নিৰীহৰ ওপৰত চলাইছিল আসুৰিক অত্যাছিল
বহু যুৱক চিৰ দিনৰ বাবে ঘূণীয়া হৈ পৰিছিল
বোৱাৰী-যুৱতীক সেনাই কৰিছিল ধৰ্ষণ
আলফাৰ অত্যাচাৰৰো বলি হৈছিল সাধাৰণ ৰাইজ
২৮ নৱেম্বৰ দিনটো আহিলেই বুকু কঁপি উঠে লক্ষীপথাৰবাসীৰ
লক্ষীপথাৰ, চৰাইপুং অঞ্চলত সেনাৰ আলফা বিৰোধী অভিযান আছিল সৰ্বাধিক