Перейти к содержимому

Munmi Chetia||KanchanVol-3||Dipu Dixit||PaporiGogoi||Akash Pritom||SunitGogoi||Assamese New Song

Axoria Sounds

0:00 / 0:00

Munmi Chetia||KanchanVol-3||Dipu Dixit||PaporiGogoi||Akash Pritom||SunitGogoi||Assamese New Song

259 просмотров · 2 дня назад
Axoria Sounds
342 подписчика
259 просмотров · 2 дня назад
Munmi Chetia||KanchanVol-3||Dipu Dixit||PaporiGogoi||Akash Pritom||SunitGogoi||Assamese New Song 🎵Album: Kanchan Vol- 3 🎵Song: Munmi Chetia 🎵Singer: Dipu Dixit 🎵Female Singer: Papori Gogoi 🎵Music/Mix/Mastering: Akash Pritom 🎵Lyrics/Tune: Dipu Dixit & Prasanta Boruah 🎵Additional Lyrics/Tune: Sunit Gogoi 🎵Gfx Lyrical Video: Bidyut Kashyap Bora 🎵Dhol: Lachit Boruah 🎵Flute: Lakhinandan Lahon 🎵Special Thanks: Maa ,Papa,Shilpi,Pinki Borah,GhanaShyam Saikia,Himangshu Saikia,Diplab Gogoi,Jaan Bhuyan,Jyotimoi Kakati,Abinash Priyam   ছোৱালীঃ মৰম লাগিলে মৰম দিম কথাহে দিব নোৱাৰিম ৷ ছোৱালী যে মই ঘৰৰ কথা পেলাব নোৱাৰিম ৷ আছে যদি কপালতে তোৰ হৈয়ে ৰ’ম মোৰে কলিজাতে মাথো তোক ৰাখি থ’ম ৷ ল’ৰাঃ তোমাক কথা এটি সুধিবলে মন যায় যি কথা ক’বলে মোৰ বুকুখন ঢপে ঢপাই ৷ চালি-জাৰি চালে তুমি নক’লেও পাবা বুজি(২) ঐ জান ঐ.....মোৰ জান ঐ..... ঐ জান ঐ.....মোৰ জান ঐ..... ল’ৰাঃ হিয়া জুৰোৱা নয়ন জুৰিলৈ চাওঁ চাওঁ চাওঁ মইনা ঐ তোমাৰ কথা ভাৱি তোমাৰ কাষলৈ যাওঁ যাওঁ যাওঁ লাগে ঐ অ’ মুনমী চেতিয়া বিয়া হ’বা কেতিয়া ভনীজনীয়ে সুধি থাকে মোক নবৌ আনিবি কেতিয়া(২) ছোৱালীঃ নুবুজিবি তই বহনা আমাৰে বুকুৰে বেদনা ছোৱালী এটি জীৱনত দুটিকৈ ঠিকনা তোলৈ কিমান মৰম আছে চাগে বুজিছয়ে তই তোৰ বাদে আনৰ মৰম নিবিচাৰো মই ল’ৰাঃ কি যাদু কৰিলা মোক ৰাতিও টোপনি নাই সপোনতে চুমা দিও তোমাকে কাষতে পাই(২) দিবানে নিদিয়া মৰম সঁচাকৈ অকৰা অজলা মই পাগল তোমালৈ হ’বানে নোহোৱা মোৰে সঁচাকৈ অকৰা অজলা মই পাগল তোমালৈ অ’ মই পাগল তোমালৈ অ’ মই পাগল তোমালৈ ৷ Copyright Reserved By Dipu Dixit Official Don't Upload iilegally