Перейти к содержимому

বিশ্বৰ আটাইতকৈ ডাঙৰ ৭ খন ট্ৰাক || যি দেখিলে হুচ উৰি যাব আপোনাৰ | 7 Biggest Trucks in the World

ADC Knowledge Hub

0:00 / 0:00

বিশ্বৰ আটাইতকৈ ডাঙৰ ৭ খন ট্ৰাক || যি দেখিলে হুচ উৰি যাব আপোনাৰ | 7 Biggest Trucks in the World

3 218 просмотров · 4 дня назад
ADC Knowledge Hub
79,7 тыс. подписчиков
3 218 просмотров · 4 дня назад
বিশ্বৰ আটাইতকৈ ডাঙৰ ৭ খন ট্ৰাক || যি দেখিলে হুচ উৰি যাব আপোনাৰ | 7 Biggest Trucks in the World বন্ধুসকল আমি ৰাস্তাত ওলালে বিভিন্ন ৰকমৰ ট্ৰাক দেখিবলৈ পাওঁ যি সমূহ সাধাৰণ ট্ৰাকৰ শাৰীতেই পৰে। কিন্তু আপুনি কেতিয়াবা এনে কোনো ট্ৰাকৰ মুখামুখি হৈছেনে যি তিনিৰ পৰা পাঁচ তলা বিল্ডিং এটাৰ সমান ডাঙৰ? অথবা এনে কোনো ট্ৰাক যাৰ এটা টায়াৰেই সাধাৰণ ট্ৰাক এখনতকৈও ডাঙৰ? বন্ধুসকল আজিৰ এই video টোত আপোনালোকে এখনো সাধাৰণ ট্ৰাক দেখা নাপায় আজি আপোনালোকে দেখিব পৃথিৱীৰ কেইখনমান বিশাল ট্ৰাক যি ইমানেই ডাঙৰ যে আপোনাৰ চকু কপালত উঠিব আৰু কবলৈ বাধ্য হব যে ইমান ডাঙৰ ট্ৰাক কেনেকৈ থাকিব পাৰে। আৰু বন্ধুসকল একেবাৰে শেষৰ ট্ৰাকখন ইমান বিশাল আৰু ইমান শক্তিশালী যে সেইবোৰ চলোৱাৰ বাবে আমাৰ দেশত পথেই নিৰ্মান হোৱা নাই। গতিকে সেই বিশেষ ট্ৰাক সমূহ প্ৰত্যক্ষ কৰিবলৈ video তো একেবাৰে শেষলৈকে চাব। #biggesttruck #megatruck #biggest #world #assam #adcknowledgehub The content is created for educational, motivational, and entertainment purposes only. Copyright Disclaimer under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational, or personal use tips the balance in favor of fair use.