Перейти к содержимому

ক’ত চাকি জ্বলাব বানত সৰ্বস্বান্ত বিহুবৰ, নেপালীখুঁটিৰ বানপীড়িতই?

The CrossCurrent

0:00 / 0:00

ক’ত চাকি জ্বলাব বানত সৰ্বস্বান্ত বিহুবৰ, নেপালীখুঁটিৰ বানপীড়িতই?

1 464 просмотра · 1 день назад
The CrossCurrent
360 тыс. подписчиков
1 464 просмотра · 1 день назад
দেশবাসীক চাকি জ্বলোৱাৰ আহ্বান বিজেপি নেতৃত্বৰ। ৰাজ্যবাসীক ঘৰে ঘৰে বন্তি প্ৰজ্বলনৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ। ক’ত চাকি জ্বলাব বানত ভেটি হেৰুওৱা বানাক্ৰান্তই? ক’ত চাকি জ্বলাব বানত সৰ্বস্বান্ত বিহুবৰ, নেপালীখুঁটিৰ বানপীড়িতই? বানত ডুবি থাকি ক’ত চাকি জ্বলাব বিহাৰৰ ৫০ লাখ জনতাই? The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews