নেপাল নহয়, বাংলাদেশ নহয় এইখন ভাৰত হয়! | দেশৰ বিৰুদ্ধে ডাঙৰ আন্তৰ্জাতিক ষড়যন্ত্ৰ? | Real Reaction
Real Reaction
0:00 / 0:00
নেপাল নহয়, বাংলাদেশ নহয় এইখন ভাৰত হয়! | দেশৰ বিৰুদ্ধে ডাঙৰ আন্তৰ্জাতিক ষড়যন্ত্ৰ? | Real Reaction
2 928 просмотров · 9 ч назад
Real Reaction
62,7 тыс. подписчиков
2 928 просмотров · 9 ч назад
নেপাল নহয়, বাংলাদেশ নহয় এইখন ভাৰত হয়! | দেশৰ বিৰুদ্ধে ডাঙৰ আন্তৰ্জাতিক ষড়যন্ত্ৰ? | Real Reaction
নমস্কাৰ দৰ্শকসকল, 'Real Reaction' চেনেললৈ আদৰণি জনাইছো। মই ৰাতুল দাস শৰণীয়া।
আজিৰ ভিডিঅ’টোত মই আমাৰ দেশ ভাৰতক লৈ চলি থকা এক গভীৰ আন্তৰ্জাতিক ষড়যন্ত্ৰৰ এক চুটি ৰাজনৈতিক বিশ্লেষণ আগবঢ়াইছো। নিৰ্বাচনত হাৰি একাংশ বিৰোধী আৰু উচটনিৰাজ সংগঠনে ইভিএম, নিৰ্বাচন আয়োগ আৰু উচ্চতম ন্যায়ালয়ক টাৰ্গেট কৰি দেশত কেনেধৰণৰ অৰাজকতা সৃষ্টি কৰিব বিচাৰিছে? নেপাল বা বাংলাদেশৰ দৰে ভাৰততো চৰকাৰ পতনৰ ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছে নেকি? পাকিস্তানৰ ইমৰান খান চৰকাৰ পতনৰ গোপন 'চাইফাৰ' পত্ৰৰ ৰহস্য আৰু আমাৰ দেশত FCRA আইন কঠোৰ কৰাৰ পিছত এনজিঅ’সমূহৰ কন্দাকটাৰ আচল সত্য কি? সমগ্ৰ বিষয়টো জানিবলৈ ভিডিঅ’টো শেষলৈকে চাওক আৰু আপোনাৰ মূল্যৱান মতামত কমেন্টত জনাওক!
🌐 Website: www.realreactionrds.in
📘 Facebook: facebook.com/realreactionrds
📧 Email: rsarania10@gmail.com
#RealReaction #AssamPolitics #InternationalConspiracy #RatulDasSarania #BangladeshCrisis #NepalPolitics #FCRAAct #PoliticalAnalysis