গোলাঘাটত জব্দ FCIৰ চাউল
Pratidin Time
0:00 / 0:00
গোলাঘাটত জব্দ FCIৰ চাউল
1 074 просмотра · 13 часов назад
Pratidin Time
2,67 млн подписчиков
1 074 просмотра · 13 часов назад
গোলাঘাটত জব্দ FCIৰ চাউল। লুৰকীহাটত ভাৰতীয় খাদ্য নিগমৰ ৪২টা বস্তা জব্দ আৰক্ষীৰ। লুৰকীহাটৰ বুবুল আলীৰ চাউলৰ মিলত আৰক্ষীয়ে চলালে অভিযান। মিলটোৰ মালিকে দাবী কৰে যে চাউলখিনি FCIৰ নহয়। বস্তাসমূহ ভাৰতীয় খাদ্য নিগমৰ হয় বুলি স্বীকাৰ। সবিশেষ চাওক আমাৰ এক প্ৰতিবেদন।
#PratidinTime #AssamNews #golaghat