Перейти к содержимому

বৃক্ষবন্ধু অভিযানৰ শুভাৰম্ভ | Launch of #BrikshyaBandhu Initiative

Jayanta Mallabaruah

0:00 / 0:00

বৃক্ষবন্ধু অভিযানৰ শুভাৰম্ভ | Launch of #BrikshyaBandhu Initiative

15 564 просмотра · Трансляция закончилась 2 мес. назад
Jayanta Mallabaruah
1,41 тыс. подписчиков
15 564 просмотра · Трансляция закончилась 2 мес. назад
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসমৰ সেউজ ভৱিষ্যৎ গঢ়াৰ লক্ষ্যৰে আৰম্ভ হৈছে ‘বৃক্ষবন্ধু’ অভিযান। চাৰিদিনীয়া এই বিশেষ অভিযানৰ জৰিয়তে ৰাজ্যৰ ২০ লাখৰো অধিক শিক্ষাৰ্থীয়ে ১.৫ কোটিৰো অধিক গছপুলি ৰোপণ কৰিব। প্ৰকৃতি সংৰক্ষণৰ প্ৰতি অসমৰ সামূহিক অংগীকাৰক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই বৃহৎ বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। The ‘Brikshya Bandhu’ initiative is being launched as a four-day state-wide plantation drive leading up to Independence Day, reaffirming Assam’s collective commitment to nature conservation. More than 20 lakh students across the State will undertake the plantation of over 1.5 crore saplings, creating a powerful movement towards a greener and more sustainable Assam. #Assam #PlantationDrive #StudentinItiative #HimantaBiswaSarma #JayantaMallabaruah 📍Srimanta Sankardev Kalakshetra, Panjabari, Guwahati