Перейти к содержимому

কম বয়সতেই বিবাহ বিচ্ছেদ, পুত্ৰক লগত লৈ গুৱাহাটী পাইছিলহি হেলেন

NKTV PLUS

0:00 / 0:00

কম বয়সতেই বিবাহ বিচ্ছেদ, পুত্ৰক লগত লৈ গুৱাহাটী পাইছিলহি হেলেন

82 021 просмотр · 1 день назад
NKTV PLUS
832 тыс. подписчиков
82 021 просмотр · 1 день назад
▶️জীৱনৰ ধুমুহায়ো স্তব্ধ কৰিব পৰা নাছিল হেলেন ভৰালীক। কম বয়সতেই বিবাহ বিচ্ছেদ, একমাত্ৰ পুত্ৰক বুকুত সাৱটি গুৱাহাটী পাইছিলহি হেলেন। স্বাভিমানী মহিলাগৰাকীয়ে পিতৃৰ টকাৰে জীৱন উপভোগ নকৰি কৰি গৈছিল সংগ্ৰাম। আৰম্ভ কৰিছিল ছাত্ৰ আৰু ছাত্ৰীৰ পৃথক হোষ্টেল, ‘মুগা’ নামেৰে থলুৱা বস্ত্ৰৰ বিপণী আৰু বহুতো। কিন্তু সোমবাৰে নিশা ঘাতক ঘনকান্তৰ নৃশংসতাত এদিন পুত্ৰক লৈ গুৱাহাটীলৈ গুচি অহা হেলেন নেদেখা দেশলৈ গুচি গ’লগৈ পুত্ৰৰ লগতেই। এতিয়াও GMCHতে জীৱন-মৃ-ত্যুৰে যুঁজিছে সত্যেন্দ্ৰ পাঠক নামৰ এজন লোকে।