Перейти к содержимому

ধুবুৰীৰ আলমগঞ্জত চলিল উচ্ছেদ অভিযান

Pratidin Time

0:00 / 0:00

ধুবুৰীৰ আলমগঞ্জত চলিল উচ্ছেদ অভিযান

15 434 просмотра · 3 дн. назад
Pratidin Time
2,67 млн подписчиков
15 434 просмотра · 3 дн. назад
ধুবুৰীৰ আলমগঞ্জত চলিল উচ্ছেদ অভিযান। প্ৰায় ৫৫০টা পৰিয়ালৰ ঘৰত চলে উচ্ছেদ। উচ্ছেদৰ সময়ত ভালেকেইগৰাকী লোক অসুস্থ হৈ পৰে। চৰকাৰে চলোৱা উচ্ছেদৰ বিৰুদ্ধে ক্ষোভ উজাৰে একাংশ উচ্ছেদিতই। #pratidintime #assamnews #assam #dhubrinews