Sudarsana Wardrobe-ৰ পৰা Online চাদৰ-মেখেলা কিনি কেনেকুৱা পালোঁ? 😱 | Honest Review
AssameseVlog
0:00 / 0:00
Sudarsana Wardrobe-ৰ পৰা Online চাদৰ-মেখেলা কিনি কেনেকুৱা পালোঁ? 😱 | Honest Review
21 907 просмотров · 5 дней назад
AssameseVlog
44 подписчика
21 907 просмотров · 5 дней назад
এই ভিডিঅ’টোত মই Sudarsana Wardrobe, Assam-ৰ পৰা অনলাইনত কিনা চাদৰ-মেখেলাৰ বিভিন্ন কালেকচন আপোনালোকক দেখুৱাইছোঁ। ❤️
অনলাইনত অৰ্ডাৰ কৰাৰ পিছত কাপোৰবোৰ কেনেকুৱা পালোঁ, ডিজাইন, ৰং, কাপোৰৰ মান আৰু দেখিবলৈ কেনেকুৱা হৈছে—এই সকলোবোৰ নিজৰ অভিজ্ঞতাৰ পৰা শ্বেয়াৰ কৰিছোঁ।
আপুনিও যদি অনলাইনত অসমীয়া -চাদৰ মেখেলা বা মেখেলা চাদৰ কিনিবলৈ ভাবি আছে, তেন্তে ভিডিঅ’টো শেষলৈকে চাব পাৰে। 😊
আপোনাৰ কোনটো কালেকচন আটাইতকৈ ভাল লাগিল, কমেণ্টত জনাবলৈ নাপাহৰিব। ❤️
#SudarsanaWardrobe # #মেখেলাচাদৰ #অসমীয়াসাজ #অসমীয়া_কাপোৰ #OnlineShopping #AssameseMekhela #MekhelaChador #AssameseSaree #AssamShopping