Перейти к содержимому

ইংৰাজে অসম কেনেকৈ দখল কৰিছিল ? | Assam History | Burmese Invasion to British Rule

AXOM STORY TV

0:00 / 0:00

ইংৰাজে অসম কেনেকৈ দখল কৰিছিল ? | Assam History | Burmese Invasion to British Rule

4 788 просмотров · 5 дней назад
AXOM STORY TV
234 подписчика
4 788 просмотров · 5 дней назад
ইংৰাজে অসম কেনেকৈ দখল কৰিলে? | Assam History | Burmese Invasion to British Rule অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়—ইংৰাজে অসম কেনেকৈ দখল কৰিছিল? এই ভিডিঅ’ত ১৮১৭ চনৰ বাৰ্মিজ আক্ৰমণৰ পৰা আৰম্ভ কৰি First Anglo-Burmese War, ১৮২৬ চনৰ Yandabo Treaty, British শাসনৰ আৰম্ভণি, ১৮২৮ চনৰ Gomdhar Konwar-ৰ বিদ্ৰোহ, Purandar Singha-ৰ শাসন আৰু ১৮৩৮ চনৰ British annexationলৈকে ঘটনাবোৰ সহজ আৰু কাহিনীধৰ্মীভাৱে উপস্থাপন কৰা হৈছে। এই ভিডিঅ’ৰ জৰিয়তে জানিব পাৰিব— 🔹 বাৰ্মিজসকল অসমলৈ কিয় আহিছিল? 🔹 ইংৰাজ East India Company অসমলৈ কেনেকৈ আহিল? 🔹 ১৮২৬ৰ Yandabo Treaty-য়ে অসমৰ ইতিহাস কেনেকৈ সলনি কৰিলে? 🔹 Gomdhar Konwar-এ কিয় British শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল? 🔹 Purandar Singha-ক কিয় পুনৰ শাসনত বহুওৱা হৈছিল? 🔹 ১৮৩৮ত Upper Assam কেনেকৈ British control-লৈ গ’ল? অসমৰ ইতিহাস, আহোম সাম্ৰাজ্য, British Assam আৰু অসমৰ স্বাধীনতাৰ সংগ্ৰামৰ এনে বহু অজানা কাহিনী জানিবলৈ AXOM UNTOLD Subscribe কৰক। ❤️ #AssamHistory #AssameseHistory #BritishAssam #AhomHistory #YandaboTreaty #GomdharKonwar #PurandarSingha #AssamHistoryDocumentary #HistoryOfAssam #AXOMUNTOLD #অসমৰইতিহাস #আহোমইতিহাস #ইংৰাজৰঅসমদখল #অসমইতিহাস