Перейти к содержимому

উৰি গ'ল (URI GOL) - Meloduz (Original Lyrics Video)

MeloduZ

0:00 / 0:00

উৰি গ'ল (URI GOL) - Meloduz (Original Lyrics Video)

4 700 просмотров · 1 г. назад
MeloduZ
4,29 тыс. подписчиков
4 700 просмотров · 1 г. назад
Welcome everyone. This is a new song presented to you all. I hope you feel the emotion through every word. ❤️‍🔥 Subscribe now and hit the 🔔 bell icon to stay updated on the latest releases! Join the journey and be part of the Meloduz family. Lyrics - Siddhartha Baruah Music - Meloduz #assamesesong #NewRelease #meloduz 📲 Follow on social media: 📸 Instagram: @meloduz Lyrics - [Verse 1] উৰা মন, মোৰ উৰি গল জীৱনৰ সকলো, উৰি গল গানৰ সুৰ তোমাৰ, তোমাৰ মৰম লৈ উৰি গ’ল [Verse 2] দেখা নাছিলোঁ, এনে মৰম (দেখা নাছিলোঁ, এনে মৰম) ভাবা নাছিলোঁ, এনে মৰম (ভাবা নাছিলোঁ, এনে মৰম) হিয়াৰে প্ৰাণ, জীৱনৰ এই গান লৈ উৰি গল তুমি মোৰ, মাথোঁ মোৰ, (উৰি গল).... [Chorus} উৰা মন উৰি গল, জীৱনৰ গান উৰি গল (x2) ......... [Verse 3] তোমাৰ নতুন সুৰ নাপাঁও আমি তোমাৰ নতুন গান নাপাঁও আমি গানৰে সকলো সুৰ উৰি গল জীৱনৰ সকলো ৰং আমাৰ উৰি গল [Verse 4] হিয়া ভৰা চকু ভৰা, তোমাৰ গানে জীৱন ভৰা এতিয়া সকলো উৰি গল উৰা মন উৰি গল, জীৱনৰ গান উৰি গল প্ৰভু এই আহি, তোমাক লৈ উৰি গল (উৰি গল).... [Bridge] সুৰৰ মাজত তুমি আছা, জীৱনৰ পথত তুমি আছা তোমাৰ সকলো গান, তুমি আমাৰএ জীৱনৰ প্ৰাণ এতিয়া নুকলৈ উৰি গল, সকলো লৈ উৰি গল আকাঙ্ক্ষা আছে তুমি আহিবা, সপোন আছে আকৌ সুৰ বান্ধিবা লাগে আমাক, তোমাৰ মাথোঁ মৰম, লৈ সকলো উৰি গ’ল [Outro] এতিয়া নু কলৈ উৰি গল, জীয়া লৈ সকলো উৰি গল উৰা মন উৰি গল, জীৱনৰ গান উৰি গল জীৱনৰ সকলো, উৰি গল (উৰি গ’ল).... উৰা মন, মোৰ উৰি গ’ল (উৰি গ’ল).... (উৰি গল...).... Disclaimer: This content contains flashing visuals that may cause discomfort or trigger seizures for people with photosensitive epilepsy.