বিশ্বৰ আটাইতকৈ শক্তিশালী Machine-ৰ আঁৰত চলিছে নতুন পৰিকল্পনা | সলনি হ'ব বিজ্ঞান | Dark Matter
Namami Brain Academy
0:00 / 0:00
বিশ্বৰ আটাইতকৈ শক্তিশালী Machine-ৰ আঁৰত চলিছে নতুন পৰিকল্পনা | সলনি হ'ব বিজ্ঞান | Dark Matter
48 915 просмотров · 4 дня назад
Namami Brain Academy
38,8 тыс. подписчиков
48 915 просмотров · 4 дня назад
CERN-ৰ Large Hadron Collider (LHC) কিয় ২০২৬ চনৰ পৰা ২০৩০ চনলৈ সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে? পৃথিৱীৰ আটাইতকৈ শক্তিশালী Machine-টোৰ আঁৰত কি নতুন Mission চলি আছে? God Particle, Dark Matter, Big Bang আৰু বিশ্বব্ৰহ্মাণ্ডৰ ৯৫% অদৃশ্য অংশৰ ৰহস্যৰ সৈতে এই Documentary-ত আমি একেবাৰে সহজ অসমীয়াত বুজাইছোঁ।
এই Research-Based Documentary-ত আপুনি জানিব—
CERN কি আৰু Large Hadron Collider কেনেকৈ কাম কৰে?
২৭ KM দীঘল Particle Accelerator-এ Big Bang কেনেকৈ পুনৰ সৃষ্টি কৰে?
Higgs Boson বা "God Particle" কিয় বিজ্ঞানৰ ইতিহাসৰ অন্যতম ডাঙৰ আৱিষ্কাৰ?
Long Shutdown 3 (LS3) কি?
High-Luminosity LHC (HiLumi LHC) কিয় ১০ গুণ শক্তিশালী হ'ব?
Dark Matter, Antimatter আৰু Universe-ৰ নতুন ৰহস্য কিয় ২০৩০ চনৰ পিছত উন্মোচিত হ'ব পাৰে?
Namami Brain Academy-ৰ লক্ষ্য হৈছে বিশ্বমানৰ বিজ্ঞান, AI, Space Technology, Future Career আৰু Research-Based Documentary সহজ মাতৃভাষা অসমীয়াত সকলোৰে ওচৰলৈ লৈ যোৱা।
💬 আপোনাৰ মতে Dark Matter আচলতে কি হ'ব পাৰে? Comment কৰি নিজৰ মতামত জনাওক।
👍 Videoটো ভাল লাগিলে Like কৰক।
📲 বিজ্ঞান ভালপোৱা বন্ধু-বান্ধৱীৰ সৈতে Share কৰক।
🔔 Namami Brain Academy Subscribe কৰি AI, Space, Science আৰু Future Technology-ৰ এনে Documentary মিছ নকৰিব।
জয় আই অসম। 🚀
#darkmatter #cern #antimatter #largehadroncollider