মোৰ আহিন ❤️ Mur Aahin | Assamese New Romantic Song 2026 | Jayashree Bora (Gungun) | Tapan Saikia
Assam KitStudio и ещё 3
0:00 / 0:00
মোৰ আহিন ❤️ Mur Aahin | Assamese New Romantic Song 2026 | Jayashree Bora (Gungun) | Tapan Saikia
985 просмотров · 6 дн. назад
Assam KitStudio и ещё 3
985 просмотров · 6 дн. назад
❤️ মোৰ আহিন (Mur Aahin)
🍂🌼 আহিনৰ কথা, আহিনৰ ছবি, আহিনৰ গান…
❤️🌿 আহিন মানেই এক মিঠা অনুভৱ, প্ৰকৃতিৰ এক অনন্য ৰূপ। কাৰোবাৰ বাবে যদি আহিন হৃদয়ৰ নিভৃত কোণত সাঁচি ৰখা মৰমৰ স্মৃতি, আন কাৰোবাৰ বাবে আহিন আশাৰ বতৰা। আহিনৰ অনুভৱবোৰক গীতৰ ভাষাৰে আপোনাৰ কাষলৈ লৈ আহিবলৈ আমাৰ এক প্ৰয়াস…
🎧 শুনক, অনুভৱ কৰক আৰু আপোনাৰ আপোনজনৰ সৈতে শ্বেয়াৰ কৰক।
🎼 SONG CREDITS :
🎵 Song Title: মোৰ আহিন (Mur Aahin)
✍️ Lyrics / কথা: Tapan Saikia (তপন শইকীয়া)
🎼 Tune / সুৰ: Biswajit Baruah (বিশ্বজিৎ বৰুৱা)
🎤 Singer / কণ্ঠ: Jayashree Bora (Gungun) — জয়শ্ৰী বৰা (গুণগুণ)
Music: Digitally processed
Mix/Master: Guna Kanta Das
NATARAJ MOVITONE kinjalak Studio, Nagaon
Art Work: Harshita Baruah
🍁 A SONG THAT CELEBRATES THE BEAUTY OF AUTUMN! 🍁
Presenting “Mur Aahin”, a beautiful Assamese song inspired by the magical charm of autumn in Assam. 🌾🌼
From the beauty of green paddy fields to the delicate fragrance of jasmine flowers, this song celebrates the emotions, memories, and romantic beauty of the Assamese autumn season.
If you love Assamese modern songs, soulful Assamese melodies, romantic Assamese music, autumn-inspired songs, and original Assamese creations, this song is for you!
❤️ Let the melody of Mur Aahin touch your heart and bring back your sweetest autumn memories.
✨ Watch, Listen, Feel & Share!
🙏 আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু সহযোগিতাই আমাৰ সৃষ্টিৰ প্ৰেৰণা। গীতটো ভাল লাগিলে Like, Comment, Share আৰু Channelটো Subscribe কৰিবলৈ নাপাহৰিব। 🙏❤️
If you enjoy this song, please LIKE 👍 | COMMENT 💬 | SHARE ❤️ | SUBSCRIBE 🔔 and support Assamese music and independent creativity.
Lyrics:
তোমাৰ পুখুৰীত ভেট ফুলিছে ৰাতি গোপনে
নিয়ৰ সৰিছে চোতালৰ দূবৰিত মনে মনে মনে…
মনে মনে মনে…
এপাহ ফুলি এপাহ সৰিছে শৈশৱৰ শেৱালি...
চোতালৰ জোনাকত আকৌ এবাৰ সাধুকথাৰ ধেমালি…
সাধুকথাৰ ধেমালি…
মোৰ আহিন...
কঁপালত জিলিকা পিতাইৰ ঘামৰ এটি টোপাল
মোৰ আহিন...
আইৰ সপোনত বুটা বচা বচা এখন কেঁচা ৰুমাল…
এখন কেঁচা ৰুমাল…
এখন কেঁচা ৰুমাল…
শুভ্র কোমল কঁহুৱাই চুমিছে আকাশৰ নীলা উন্মনা
ৰিব্ ৰিব্ তোমাৰ সুবাস সনা
তোমাৰ সুবাস সনা…
বাৰিষাই নোৱাই থৈ যোৱা সদ্যস্নাতা ৰূপহী মন…
তোমাৰ নামতে লিখি লিখি থোৱা চিঠি হাজাৰখন…
চিঠি হাজাৰখন…
চিঠি হাজাৰখন…
তোমাৰ পুখুৰীত ভেট ফুলিছে ৰাতি গোপনে...
নিয়ৰ সৰিছে চোতালৰ দূবৰিত মনে মনে মনে…
মনে মনে মনে…
মনে মনে মনে…
মোৰ আহিন...
কঁপালত জিলিকা পিতাইৰ ঘামৰ এটি টোপাল
মোৰ আহিন...
আইৰ সপোনত বুটা বচা বচা এখন কেঁচা ৰুমাল…
এখন কেঁচা ৰুমাল…
এখন কেঁচা ৰুমাল…
এখন কেঁচা ৰুমাল…
━━━━━━━━━━━━━━━━━━━━
#MurAahin #মোৰআহিন #AssameseSong #AssameseMusic #NewAssameseSong #AssameseRomanticSong #TapanSaikia #BiswajitBaruah #JayashreeBora #Gungun #AssameseModernSong #AahinorGaan #AssameseMelody #AssameseMusic2026 #Assam