কাতি বিহু || এগছি আশাৰ বন্তি || KATI BIHU 2026
DD ASSAM
0:00 / 0:00
কাতি বিহু || এগছি আশাৰ বন্তি || KATI BIHU 2026
2 382 просмотра · 2 дн. назад
DD ASSAM
333 тыс. подписчиков
2 382 просмотра · 2 дн. назад
তুলসীৰ তলে তলে মৃগ পহু চৰে...
আকৌ আহিল চহা কৃষকৰ হেঁপাহৰ কাতি বিহু
কঙালীৰ বুকুত অসমীয়াৰ আশাৰ বন্তি
সোণগুটিৰ ভঁৰাল উদং হ’লেও ভৰি আছে আশাৰ ভঁৰাল
এগছি বন্তি, এমুঠি প্ৰাৰ্থনা, বুকুভৰা আশা
কঙালীৰ মাজতো সমৃদ্ধিৰ সপোন
পৰম্পৰাৰ বুকুত অসমীয়া জাতিৰ আত্মপৰিচয়
সেউজীয়া পথাৰত কৃষকৰ সোণোৱালী সপোন
পৰম্পৰা, বিশ্বাস আৰু আধ্যাত্মিকতাৰ অনন্য সমন্বয়
তুলসীৰ তলৰ পৰা হেঁপাহৰ ধাননি পথাৰখনলৈ...
শইচৰ পথাৰ ৰক্ষাৰ কামনাৰে জ্বলি উঠে আশাৰ বন্তি
‛ডী ডী অসম’ৰ তৰফৰ পৰা জনাইছোঁ কাতি বিহুৰ ওলগ