ঘৰত মাত্ৰ দোজোপা বেঙেনা।#muranubhav #Video #viral #orgenicfarming #brinjalfarming #Agriculture
Mur Anubhav
0:00 / 0:00
ঘৰত মাত্ৰ দোজোপা বেঙেনা।#muranubhav #Video #viral #orgenicfarming #brinjalfarming #Agriculture
12 212 просмотров · 1 дн. назад
Mur Anubhav
4,26 тыс. подписчиков
12 212 просмотров · 1 дн. назад
নমস্কাৰ কৃষক বন্ধুসকল, 'মোৰ অনুভৱ' চেনেললৈ আপোনালোকক স্বাগতম।
আজিৰ এই ভিডিঅ’টোত মই আপোনালোকক সম্পূৰ্ণ বিজ্ঞানসন্মত আৰু জৈৱিক পদ্ধতিৰে বেঙেনাৰ পুলি ৰোপণ কৰাৰ এক সহজ আৰু ফলপ্ৰসূ কৌশল দেখুৱাইছোঁ।
পুলি দুটা ৰোৱাৰ সময়ত মাটিডোখৰ চাফা কৰি, ধুনীয়াকৈ পুলিটো ৰুই চাৰিওফালে ৰিং (Ring) কৰি লৈছোঁ। গছৰ গুৰিৰ পৰা অলপ আঁতৰত শুকান গোবৰ দি তাৰ ওপৰত কেলচিয়ামৰ অভাৱ পূৰণ কৰিবলৈ কণীৰ বাকলি ভাঙি দিছোঁ। ইয়াৰ পিছত মাটিৰ আৰ্দ্ৰতা বা জেক ধৰি ৰাখিবলৈ শুকান মেটেকা সৰু সৰুকৈ কাটি দিয়া হৈছে আৰু তাৰ ওপৰত আকৌ শুকান গোবৰ আৰু পাতলীয়াকৈ মাটি দি পানী ঢালি গোটেই প্ৰক্ৰিয়াটো দেখুওৱা হৈছে।
এই দেশীয় তথা সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰিলে বেঙেনাৰ ফচল বহুত বেছি ভাল হয়। ভিডিঅ’টো শেষলৈকে চাওক আৰু আপোনাৰ খেতিৰ অভিজ্ঞতা কমেন্ট কৰি জনাওক।
যদি ভিডিঅ’টো ভাল লাগে, তেন্তে লাইক, শ্বেয়াৰ কৰিব আৰু আমাৰ 'মোৰ অনুভৱ' চেনেলটো চাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ🙏🙏
#মোৰঅনুভৱ #বেঙেনাখেতি #জৈৱিকখেতি #video #OrganicFarmingAssam #AssamAgriculture #KitchenGarden #viral #kheti #brinjalfarming