Busy schedules 🫣||ব্যস্ত দিন এটাৰ মাজতো সৰু সৰু সুখবোৰ। ✨
DreamTV
0:00 / 0:00
Busy schedules 🫣||ব্যস্ত দিন এটাৰ মাজতো সৰু সৰু সুখবোৰ। ✨
59 просмотров · 8 дней назад
DreamTV
46 подписчиков
59 просмотров · 8 дней назад
আজিৰ দিনটো আছিল একেবাৰে busy! 😅
অলপ মজা আৰু বহুতো সৰু সৰু happy moments। ❤️✨
জীৱন সদায় perfect বা relaxed নহয়, কিন্তু ব্যস্ত দিনবোৰৰ মাজতো সৰু সৰু আনন্দ বিচাৰি লোৱাটোৱেইতো life! 🥰
এয়া মোৰ busy day-ৰ অলপ fun, অলপ chaos আৰু বহুত মৰমৰ vlog। ❤️
ভিডিঅ’টো ভাল লাগিলে Like, Comment & Subscribe কৰি মোৰ লগত এই journey-টোত থাকিবা। 🫶✨
#AssameseVlog #AssamVlogger #DailyVlog #BusyDay #FunDay #Assam #VlogLife #DreamTV