মিছা মৰম আৰু বাস্তৱ ৰূপ!💔🥺| সম্পূৰ্ণ কাহিনী | Assamese Family Drama #assam #assamese #drama
Rashmita Creative
0:00 / 0:00
মিছা মৰম আৰু বাস্তৱ ৰূপ!💔🥺| সম্পূৰ্ণ কাহিনী | Assamese Family Drama #assam #assamese #drama
1 065 просмотров · 13 часов назад
Rashmita Creative
28,9 тыс. подписчиков
1 065 просмотров · 13 часов назад
স্বামী ঘৰত নথকাৰ সুযোগ লৈ বোৱাৰীয়ে শাহুমাৰ লগত কেনে ব্যৱহাৰ কৰে, সেয়া এই কাহিনীটোত দেখুওৱা হৈছে। স্বামীৰ আগত "তোমাৰ মা মোৰো মা" বুলি মিছা মৰম দেখুওৱা মনিকাই, স্বামী ডিউটিলৈ যোৱাৰ পিছত অসুস্থ শাহুমাৰ কোনো খবৰ নলয়।
কিন্তু তিনি মাহৰ পিছত স্বামী হঠাতে ঘৰলৈ ঘূৰি অহাত বোৱাৰীৰ সকলো মিছা মৰমৰ বাস্তৱ ৰূপ ধৰা পৰে! খঙত স্বামীয়ে তাইক ঘৰৰ পৰা উলিয়াই দিব খোজে, কিন্তু শাহু মায়ে অৰুপক বাধা দি বোৱাৰীয়েকক ঘৰৰ পৰা উলিয়াব নিদিলে শেষত শাহুমাৰ মৰমে বোৱাৰীৰ চকু মুকলি কৰে।
আমাৰ এই নতুন আৱেগিক কাহিনীটো চাই কেনে পালে COMMENT কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগিছে, তেন্তে এটা LIKE কৰিব আৰু এনেকুৱা কাহিনী সদায় চাবলৈ আমাৰ চেনেলটো SUBSCRIBE কৰি থব! ❤️
This story shows how a daughter-in-law treats her mother-in-law when her husband is away. Monika, who showed fake love by saying "your mother is my mother," ignores her sick mother-in-law after her husband leaves for duty.
But when the husband unexpectedly returns after 3 months, her fake love is exposed! He angrily tells her to leave the house, but ultimately, the mother-in-law's forgiving nature opens the daughter-in-law's eyes.
If this emotional Assamese family drama touched your heart, please hit the LIKE button, leave a COMMENT, and SUBSCRIBE to our channel for more meaningful stories! ✨
#MisaMoromAruBastabRup #xahubuwari #assamesevideo #assam #drama #funny #assamesecomedy #assameseserial #assamesedrama #ComedyShorts #HusbandWifeComedy #assameseshorts #axom #Funnyvideo #funnyassamese #AssameseFunnyVideo #FamilyDrama #emotionalstory #assamesestory #AssameseShortFilm #desicomedy #villagevlog #assamesestatus #funnyshorts #comedy #relatablecomedy #assamese