আজি জন্মাষ্টমীত দুৰ্লভ যোগ | নকৰিব এই ৩টা কাম | জন্মাষ্টমীৰ শুভ ক্ষণত এনেকৈ কৰক প্ৰাৰ্থনা Janmastami
Be positive
0:00 / 0:00
আজি জন্মাষ্টমীত দুৰ্লভ যোগ | নকৰিব এই ৩টা কাম | জন্মাষ্টমীৰ শুভ ক্ষণত এনেকৈ কৰক প্ৰাৰ্থনা Janmastami
28 852 просмотра · 1 мес. назад
Be positive
683 тыс. подписчиков
28 852 просмотра · 1 мес. назад
আজি জন্মাষ্টমীত দুৰ্লভ যোগ | নকৰিব এই ৩টা কাম | জন্মাষ্টমীৰ শুভ ক্ষণত এনেকৈ কৰক প্ৰাৰ্থনা Janmastami
#janmashtami #janmashtamispecial #krishna
About This Video
এই ভিডিঅ’টোত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে পালন কৰিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ নিয়ম, পূজা-পদ্ধতি আৰু ধৰ্মীয় পৰম্পৰাৰ বিষয়ে আলোচনা কৰা হৈছে। জন্মাষ্টমীৰ দিনা কি কি কাম কৰা উচিত আৰু কোনবোৰ ভুলৰ পৰা আঁতৰি থকা ভাল সেই সন্দৰ্ভত উল্লেখ আছে ভিডিঅটোত। উপবাস, লাড্ডু গোপালৰ পূজা, তুলসী অৰ্পণ, মন্ত্ৰ জপ, প্ৰসাদ আৰু দান-ধৰ্মৰ বিষয়ে উল্লেখ কৰা হৈছে ভিডিঅটোত।
স্পষ্টীকৰণ:
এই ভিডিঅ’টোত উল্লেখ কৰা তথ্যসমূহ হিন্দু ধৰ্মীয় বিশ্বাস, পৰম্পৰা, আধ্যাত্মিক ধাৰণা আৰু প্ৰচলিত ৰীতি-নীতিৰ আধাৰত উপস্থাপন কৰা হৈছে। ইয়াৰ উদ্দেশ্য কোনো ধৰ্মীয় বিশ্বাস বা ব্যক্তিৰ অনুভূতিক আঘাত কৰা নহয়। বিভিন্ন অঞ্চল, সম্প্ৰদায় আৰু পৰিয়াল অনুসৰি জন্মাষ্টমী পালন কৰাৰ নিয়ম আৰু পৰম্পৰাত কিছু পাৰ্থক্য থাকিব পাৰে। সেয়েহে কোনো বিষয়ক নিশ্চিত বৈজ্ঞানিক সত্য বা ভৱিষ্যদ্বাণী হিচাপে গ্ৰহণ নকৰি নিজ নিজ বিশ্বাস আৰু বিবেচনা অনুসৰি অনুসৰণ কৰিবলৈ সকলোকে অনুৰোধ জনাই হে ভিডিঅটো আগবঢ়াই দিয়া হৈছে।
Your Queries
জন্মাষ্টমী ২০২৬
জন্মাষ্টমী পূজা পদ্ধতি
assamese spiritual gyan
assamese motivational video
janmashtami puja vidhi
janmashtami upay
assamese inspirational video
krishna motivational speech
janmashtami vrat
janmashtami 2026 date and time
janmashtami kab hai
#krishnajanmashtami #krishnajanmashtmi2025 #janmashtamiwhatsappstatus #janmashtami2026 #krishnabhajan #laddugopal #laddugopalstatus #sprituality #spiritual #devotional #bhakti #bhaktigyan #motivation #motivational #motivationalvideo #motivationalspeech #motivationalspeaker #inspiration #inspirational #জন্মাষ্টমী২০২৬ #জন্মাষ্টমী #জন্মাষ্টমীস্পেশাল #pujavidhi #janmashtamivrat #janmastamividhi