Перейти к содержимому

দুই প্ৰজন্মৰ মেজমেল - Who Gets Whom | Headline8 Podcast

Headline 8

0:00 / 0:00

দুই প্ৰজন্মৰ মেজমেল - Who Gets Whom | Headline8 Podcast

330 просмотров · 1 день назад
Headline 8
13,4 тыс. подписчиков
330 просмотров · 1 день назад
Gen Z য়েই হওঁক বা Millennials — আপুনি তেওঁলোকক কিমান বুজি পায়? তেওঁলোকক বুজি পাবলৈ সঁচাকৈয়ে টান নেকি? ডিজিটেল লাইফ তেওঁলোকৰ বাবে কি? নিঃসঙ্গতাও থাকে নেকি তাত? ম’বাইল ফোনটো এৰি থকাৰ কথা কল্পনা কৰিব পাৰে নে? বন্ধুত্ব, ৰোমাঞ্চ, কমিটমেণ্ট, লাইক, ভিউ, কেৰিয়াৰ, ৰাজনীতি — এনে অনেক বিষয়! পাঁচগৰাকী যুৱক-যুৱতী— এগৰাকী ডাক্তৰ, এগৰাকী ইঞ্জিনীয়াৰ, এগৰাকী মনোবিজ্ঞানৰ ছাত্ৰী, এগৰাকী টি টেষ্টাৰ, এগৰাকী ক্ৰিয়েটিভ প্ৰেক্টিছনাৰ; Headline8 Podcastত কাৰ্যবাহী সম্পাদক প্ৰাণজিৎ ডেকাই বুজ লৈছে এই ডেকা মনবোৰৰ৷ Whether it's Gen Z or Millennials — how well do you understand them? Is it really that difficult to understand them? What does digital life mean to them? Is there loneliness in it too? Can they imagine leaving their mobile phones behind? Friendship, romance, commitment, likes, views, career, politics — so many subjects! Five young individuals — a doctor, an engineer, a psychology student, a tea taster, and a creative practitioner; Executive Editor Pranjit Deka explores the minds of these youth on the Headline8 Podcast.