Перейти к содержимому

টুংনাথ বাবাৰ আশীৰ্বাদ আৰু হিমালয়ৰ অপূর্ব দৃশ্য | Chopta to Tungnath Trek | #Ripanborah

Ripan Borah

0:00 / 0:00

টুংনাথ বাবাৰ আশীৰ্বাদ আৰু হিমালয়ৰ অপূর্ব দৃশ্য | Chopta to Tungnath Trek | #Ripanborah

95 просмотров · 2 нед. назад
Ripan Borah
67 подписчиков
95 просмотров · 2 нед. назад
🔱জয় বাবা টুংনাথ🙏🏻 আজিৰ এই বিশেষ ভ্লগটোত মই লৈ আনিছোঁ বিশ্বৰ আটাইতকৈ ওখ শিৱ মন্দিৰ - টুংনাথ বাবাৰ মন্দিৰ দৰ্শনৰ এক অপূৰ্ব যাত্রা। পাহাৰৰ সুন্দৰ প্ৰাকৃতিক দৃশ্য, মেঘৰ মাজেৰে যোৱা পথ আৰু বাবা টুংনাথৰ মন্দিৰৰ পবিত্ৰ পৰিৱেশে মনটোক এক সুকীয়া শান্তি দিলে। এই ভ্লগটোত আপোনালোকে দেখিবলৈ পাব: চোপতাৰ পৰা টুংনাথ মন্দিৰলৈ কৰা ট্রেকিং (Trekking Route),🧗🏻 টুংনাথ বাবাৰ মন্দিৰ দৰ্শন আৰু আধ্যাত্মিক অ🙏🏻ভিজ্ঞতা🙏🏻 ,🔱 হিমালয়ৰ অপূৰ্ব আৰু মনোৰম দৃশ্যপট,🏞️⛰️ যাত্ৰাটো কেনেকুৱা লাগিল জানিবলৈ সমগ্র ভিডিঅ'টো শেষলৈকে চাওক। ভিডিঅ'টো ভাল লাগিলে Like, Comment আৰু Share কৰিবলৈ নাপাহৰিব। চেনেলটো এতিয়াই Subscribe কৰি কাষৰ ঘণ্টা বুটামটো বজাই দিয়ক যাতে পৰৱৰ্তী ভুগবোৰ সহজে পায়! ধন্যবাদ!🙏🏻🥰   / 1juctehjvy   https://www.instagram.com/ripan_21.2?...