মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’|Part 1 #PratidinTimeLIVE
Pratidin Time
0:00 / 0:00
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’|Part 1 #PratidinTimeLIVE
26 668 просмотров · Трансляция закончилась 1 год назад
Pratidin Time
2,67 млн подписчиков
26 668 просмотров · Трансляция закончилась 1 год назад
৫বছৰৰ বিৰতিৰ পিছত এটা বিশেষ সাক্ষাৎকাৰ
৫বছৰ পূৰ্বে হাগ্রামা মহিলাৰীক জে’ললৈ পঠাম বুলি কৈছিল স্বয়ং হিমন্ত বিশ্ব শৰ্মাই
আজি হাগ্রামা মহিলাৰীৰ ক্ষেত্রত কিয় নৰম বিজেপি আৰু মুখ্যমন্ত্রী ড০ শৰ্মা?
হাগ্রামাৰ মতে- মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কোনবিলাক কথা ক’ব লাগে বাবে কৈ আছে?
হাগ্রামাক এৰি প্রমোদ বড়োৰ বিৰুদ্ধেহে কিয় অধিক আক্রমণাত্মক হৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা?
হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হাগ্রামা মহিলাৰীৰ শেহতীয়াকৈ ক’ত গোপন বৈঠক বহিছিল?
অসম মন্ত্রীসভাৰ কোনজন মন্ত্রী হাগ্রামাৰ মতে আণ্ডাৰ গ্রাউণ্ড মন্ত্রী?
একালৰ সোঁহাত-বাওঁহাত চন্দন ব্রহ্ম আৰু খাম্ফা বৰগয়াৰীয়ে কিয় এৰিছিল হাগ্রামাৰ সংগ?
হাগ্রামাৰ দিনত কোকৰাঝাৰত সংঘটিত গোষ্ঠী সংঘৰ্ষৰ আঁৰত কোন আছিল?
বিগত ৫বছৰত BTCৰ পৰিষদত কিয় এদিনো ভৰি নিদিলে হাগ্রামা মহিলাৰীয়ে?
BPF আৰু UPPL ভৱিষ্যতলৈ BJPক ৰোধাৰ স্বাৰ্থত সঁচাকৈ একত্রিত হ’ব নেকি?
UPPL আৰু BJPক ভোট নিদি BTCবাসীয়ে কিয় ভোট দিব লাগে BPFক?
হাগ্রামা মহিলাৰীয়ে এই সকলো প্রশ্নৰ উত্তৰ দিব আজিৰ ‘অভিমত’ত
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’|Part 1 #PratidinTimeLIVE