নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘু ভোটাৰে বৰ্জন কৰিলে কংগ্ৰেছ আৰু AIUDF
Pratidin Time
0:00 / 0:00
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘু ভোটাৰে বৰ্জন কৰিলে কংগ্ৰেছ আৰু AIUDF
6 688 просмотров · 7 часов назад
Pratidin Time
2,67 млн подписчиков
6 688 просмотров · 7 часов назад
অসমৰ ৰাজনীতিত এক নতুন সমীকৰণ। ধৰ্মীয় সংখ্যালঘু অধ্যুষিত নগাঁও লোকসভা সমষ্টিত বিজেপিৰ জয়জয়কাৰ। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘু ভোটাৰে বৰ্জন কৰিলে কংগ্ৰেছ আৰু AIUDFক। নগাঁও লোকসভা সমষ্টিৰ ৮টা বিধানসভা সমষ্টিৰ ভিতৰত চাৰিটা সমষ্টি আছিল বিৰোধীৰ দখলত। কিন্তু এই চাৰিটা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা থাকিল তৃতীয় স্থানত। ৰকিবুল হুছেইনৰ দুৰ্গ হিচাপে বিবেচিত চামগুৰি বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী থাকিল তৃতীয় স্থানত।
#Pratidintime #nagaon #assamnews #assam