Перейти к содержимому

😥দুখীয়া ঘৰৰ বোৱাৰী বুলি অপমান কৰিলে শাহুৱেকে 💔| শেষত সত্য বুজি কান্দিলে 😰 | Assamese Family Story

Maynuneog

0:00 / 0:00

😥দুখীয়া ঘৰৰ বোৱাৰী বুলি অপমান কৰিলে শাহুৱেকে 💔| শেষত সত্য বুজি কান্দিলে 😰 | Assamese Family Story

6 772 просмотра · 6 дн. назад
Maynuneog
1,2 тыс. подписчиков
6 772 просмотра · 6 дн. назад
এজনী দুখীয়া ঘৰৰ ছোৱালীয়ে ভালপোৱা মানুহজনক বিয়া কৰি এখন ধনী ঘৰলৈ বোৱাৰী হৈ আহিছিল। ❤️ কিন্তু শাহুৱেক আৰু ননদে তাইক কেতিয়াও নিজৰ বুলি গ্ৰহণ নকৰিলে। “দুখীয়া ঘৰৰ ছোৱালী” বুলি বাৰে বাৰে অপমান কৰিলে। তাই সকলো দুখ মনে মনে সহ্য কৰি ঘৰখনক নিজৰ ঘৰ বুলি ভাবি সকলোৰে যত্ন লৈ গ’ল। কিন্তু এদিন তাইৰ স্বামীয়ে সকলো দেখি আৰু মনে মনে থাকিব নোৱাৰিলে… তাৰ পিছত কি হ’ল? 😢 ভিডিঅ’টো শেষলৈকে চাওক। ভাল লাগিলে Like 👍, Comment 💬 আৰু Share ↗️ কৰিব। লগতে এনেধৰণৰ emotional Assamese family story পাবলৈ Channelটো Subscribe কৰি লগত থাকিব। ❤️ #AssameseStory #AssameseFamilyStory #EmotionalStory #AssameseKahini #FamilyDrama #Buwari #Shahumai #AssameseVideo #HeartTouchingStory #SadStory #AssameseShorts #VillageStory #FamilyStory