Перейти к содержимому

📌 জুবিন গাৰ্গৰ হত্যা গোচৰত এতিয়ালৈ কোনো সাক্ষীয়ে আদালতত কাৰো বিৰুদ্ধে অভিযোগ অনা নাই: মুখ্যমন্ত্ৰী

News Live

0:00 / 0:00

📌 জুবিন গাৰ্গৰ হত্যা গোচৰত এতিয়ালৈ কোনো সাক্ষীয়ে আদালতত কাৰো বিৰুদ্ধে অভিযোগ অনা নাই: মুখ্যমন্ত্ৰী

7 537 просмотров · 4 ч назад
News Live
3,33 млн подписчиков
7 537 просмотров · 4 ч назад
📌 'উচ্চতম ন্যায়ালয়ত শ্যামকানু-সিদ্ধাৰ্থৰ জামিন নিদিলে' 📌 ৩০ নৱেম্বৰলৈ পিছুৱালে শ্যামকানু-সিদ্ধাৰ্থৰ জামিনৰ শুনানি: মুখ্যমন্ত্ৰী 📌 'জুবিন গাৰ্গৰ হত্যা গোচৰত এতিয়ালৈ কোনো সাক্ষীয়ে আদালতত কাৰো বিৰুদ্ধে অভিযোগ অনা নাই' 📌 আদালতত অমৃতপ্ৰভা মহন্ত আৰু অন্যান্য অভিযুক্তসকলৰ নামেই নললে ১৬০ জন সাক্ষীয়ে 📌'জুবিনৰ ন্যায় বিচাৰি কৰা আন্দোলনৰ গুৰি ধৰোতা এজন সাক্ষীয়ে আদালতত জুবিন গাৰ্গৰ ভুল আছিল বুলিহে নিজৰ সাক্ষ্য দিলে' 📌 SITত দিয়া ভাষ্য সাক্ষীসকলে আদালতত সলনি কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ 📌 সাক্ষীয়ে কেৱল TV চেনেলতহে ন্যায়ৰ কথা কয়, আদালতত নকয়: মুখ্যমন্ত্ৰী Like the official facebook page of News Live:   / newslivetvofficial   Follow News Live on twitter:   / newsliveghy   Connect to our instagram account:   / newsliveghy   Visit our website for all news updates: http://newslivetv.com/