Перейти к содержимому

অস্ত বেলিৰ যোগমায়া | Assamese Romantic Song | Neel Nayan | AI Music | Assamese Original Song

NeelNayan🥀

0:00 / 0:00

অস্ত বেলিৰ যোগমায়া | Assamese Romantic Song | Neel Nayan | AI Music | Assamese Original Song

110 просмотров · 2 недели назад
NeelNayan🥀
23 подписчика
110 просмотров · 2 недели назад
🎵 অস্ত বেলিৰ যোগমায়া | Assamese Original Song “গহীন গহীন খোজেৰে আহি, কেৰাহিকৈ চোৱা কিয়? কাজল-কাজল চকুযুৰিত মায়া সানি সানি যোৱা কিয়?” 🥀 অস্ত বেলিৰ যোগমায়া — এটি মায়াবী অসমীয়া প্ৰেমৰ গীত। অস্ত বেলিৰ হেঙুলীয়া ৰং, কাজলীয়া চকুৰ মায়া, নীৰৱ স্মৃতি আৰু হেৰাই যোৱা প্ৰিয়জনৰ বেদনাক লৈ এই গীতৰ কাহিনী। “যোগমায়া” যেন বাস্তৱ আৰু সপোনৰ মাজত থকা এগৰাকী মায়াৱিনী—এবাৰ আহি হৃদয় ৰাঙলী কৰি, আকৌ অস্ত বেলিৰ ৰঙৰ মাজতে হেৰাই যায়। ✍️ Concept & Lyrics: Neel Nayan 🎤 Vocals: AI-Assisted 🎶 Music: AI-Assisted 🎵 Song: অস্ত বেলিৰ যোগমায়া 🌅 Genre: Assamese • Romantic • Soulful • Poetic Neel Nayan — কথাৰ পৰা সুৰলৈ 🥀 মোৰ কথা, মোৰ কল্পনা, মোৰ অনুভৱ—AI-ৰ সহায়ত সুৰৰ ৰূপত। ভাল লাগিলে Like ❤️ | Comment 💬 | Share 🔄 | Subscribe 🔔 কৰিবলৈ নাপাহৰিব। #অস্তবেলিৰযোগমায়া #NeelNayan #AssameseSong #AssameseMusic #AssameseOriginalSong #AssameseLoveSong #AssameseRomanticSong #AIMusic #AssameseLyrics #OriginalAssameseSong #অসমীয়াগীত #অসমীয়াসংগীত