বিমৰ্ষ নিশা | Bimorxo Nisha | Assamese Modern Song | Xuronibh
Xuronibh
0:00 / 0:00
বিমৰ্ষ নিশা | Bimorxo Nisha | Assamese Modern Song | Xuronibh
940 просмотров · 13 дн. назад
Xuronibh
68 подписчиков
940 просмотров · 13 дн. назад
Xuronibh-ৰ তৰফৰ পৰা আপোনালোকলৈ আগবঢ়াইছো এটি Emotional তথা বিষাদভৰা Assamese Modern Song — "বিমৰ্ষ নিশা" (Bimorxo Nisha)।
নিসংগতাৰ মাজতো আশাৰ সপোনেৰে পুনৰ জী উঠাৰ এটি অনুভৱ এই গীতটোত ফুটি উঠিছে। আশা কৰোঁ আপোনালোকৰ এই সৃষ্টিটো ভাল লাগিব। গীতটো ভাল লাগিলে লাইক, কমেণ্ট আৰু চাবস্ক্ৰাইব কৰি আমাৰ কাষত থাকিব।
🎵 Xuronibh — অসমীয়া সুৰ, অনুভৱ আৰু সৃষ্টিৰ এক নিজস্ব ঠিকনা।
✍️ Lyrics : Mon Anuraag
🎬 Composition & Production : Xuronibh
🎶 Music & Vocal Production : Assisted by Artificial Intelligence
নতুন অসমীয়া গীত, সুৰ আৰু অনুভৱৰ সৈতে জড়িত থাকিবলৈ Xuronibh Subscribe কৰক। ❤️
📘 Facebook: Xuronibh
📸 Instagram: @xuronibh
#BimorxoNisha #NisongNabik #Xuronibh #AssameseSong #AssameseModernSong #AssameseMelody #AssameseSadSong #NewAssameseSong #AssameseMusic