Ziro Valley ৰ Viral ঠাইবোৰ ঘূৰিলোঁ 😍🌸 | Hari Village & Aqua Park | Assamese Vlog
SIKU'S VLOG
0:00 / 0:00
Ziro Valley ৰ Viral ঠাইবোৰ ঘূৰিলোঁ 😍🌸 | Hari Village & Aqua Park | Assamese Vlog
96 просмотров · 3 дн. назад
SIKU'S VLOG
28 подписчиков
96 просмотров · 3 дн. назад
নমস্কাৰ সকলোকে! স্বাগতম জনালোঁ মোৰ এটি নতুন ভ্লগলৈ।
আজিৰ ভ্লগটিত আমি Ziro Valley ৰ ধুনীয়া দৃশ্য উপভোগ কৰিলোঁ। বিশেষকৈ Instagram ত ট্ৰেণ্ডিং হৈ থকা Hari Village ৰ কছমছ ফুলৰ (Cosmos flowers) মাজৰ মনোৰম পথ, ধুনীয়া Butterfly Park আৰু Boating, লগতে Aqua Park এক্সপ্ল’ৰ কৰিলোঁ। শেষত হোমষ্টেলৈ আহি নিশাৰ পৰিৱেশ উপভোগ কৰিলোঁ।
আশা কৰোঁ আপোনালোকে এই যাত্ৰাটি চাই ভাল পাব। ভিডিওটি ভাল লাগিলে Like, Comment আৰু Share কৰিবলৈ নাপাহৰিব!
📍 Places Covered: • Ziro Valley Homestay • Hari Village (Cosmos Flowers & Paddy Fields) • Siikhe Lake / Boating & Butterfly Park • Tarin Fish Farm / Aqua Park
#ZiroValley #ArunachalPradesh #HariVillage #AssameseVlog #SikusVlog #TravelVlog #northeastindia