নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযান সামৰণি পৰিবলৈ মাজত মাথো ৫ দিন
PRATHAM KHABAR 24x7
0:00 / 0:00
নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযান সামৰণি পৰিবলৈ মাজত মাথো ৫ দিন
232 просмотра · 21 час назад
PRATHAM KHABAR 24x7
71,2 тыс. подписчиков
232 просмотра · 21 час назад
🟥 নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযান সামৰণি পৰিবলৈ মাজত মাথো ৫ দিন। ইতিমধ্যেই সমষ্টিটোত প্ৰচাৰ অভিযানে লৈছে ধুমুহাৰ গতি। কালিৰে পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিক প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ লগে লগে তুংগত উঠিছে নগাঁৱৰ নিৰ্বাচনী জ্বৰ। আজিও মুখ্যমন্ত্ৰীয়ে ইখনৰ পিছত সিখন সভাত প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ চলায় প্ৰচাৰ। যিকোনো প্ৰকাৰে নগাঁও উদ্ধাৰ অভিযানত নামিছে মুখ্যমন্ত্ৰী। আজি ধিঙকে ধৰি কেইবাটাও অঞ্চলত প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে। ‘মায়াবিনী’ক বিকৃতৰূপত কৰা বুলি অভিযোগ কৰিছে কংগ্ৰেছে। নগাঁৱত এইবাৰ ৩ কোণীয়া প্ৰতিদ্বন্দ্বিতা হ’ব। বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা আৰু AIUDFৰ বদৰুদ্দিন আজমলৰ মাজতে হ’ব মূল প্ৰতিদ্বন্দ্বিতা।
#assam #nagaon_assam #ByElection #NagaonByElection #AssamNews #PrathamKhabar24x7
Subscribe to our channel for the latest news updates: https://shorturl.at/LGGcu
Follow us on Facebook: @prathamkhabar24x7
Follow us on Instagram: @prathamkhabartv
Follow us on Twitter: @khabar_pratham
Our Website: https://prathamkhabartv.com
#prathamkhabar24x7
#prathamkhabartv
#prathamkhabarnews
#prathamkhabarbreaking
#prathamkhabar