শুকুৰবাৰে ভোটগণনা হ’ব নগাঁও উপ-নিৰ্বাচনৰ৷
NB News
0:00 / 0:00
শুকুৰবাৰে ভোটগণনা হ’ব নগাঁও উপ-নিৰ্বাচনৰ৷
11 104 просмотра · 1 дн. назад
NB News
650 тыс. подписчиков
11 104 просмотра · 1 дн. назад
শুকুৰবাৰে ভোটগণনা হ’ব নগাঁও উপ-নিৰ্বাচনৰ৷ ভোটগণনাৰ পূৰ্বে হিচাপ-নিকাচ কৰিছে দল-প্ৰাৰ্থীয়ে৷ বিজেপিয়ে সমষ্টিটো দখল কৰাৰ আশা দেখিছে৷ কংগ্ৰেছেও ভাবিছে নগাঁও পুনৰ তেওঁলোকৰেই হ’ব৷ নিৰ্বাচনত ব্যাপক ৰিগিং হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰকিবুল হুছেইনে৷
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews