Перейти к содержимому

বিশ্বনাথত প্ৰকাণ্ড ঢেকীয়াপতিয়াৰ স/ন্ত্ৰা/স।

PRATHAM KHABAR 24x7

0:00 / 0:00

বিশ্বনাথত প্ৰকাণ্ড ঢেকীয়াপতিয়াৰ স/ন্ত্ৰা/স।

626 просмотров · 2 дня назад
PRATHAM KHABAR 24x7
70,4 тыс. подписчиков
626 просмотров · 2 дня назад
বিশ্বনাথত প্ৰকাণ্ড ঢেকীয়াপতিয়াৰ স/ন্ত্ৰা/স। আজি পুৱাই এঘৰ মানুহত দেখিবলৈ পোৱা গ’ল প্ৰকাণ্ড বাঘটো। চৌহদত থকা এখন জালত আবদ্ধ হৈ পৰে বনৰজা। পুৱাই সমগ্ৰ অঞ্চলটোত সৃষ্টি হ’ল চাঞ্চল্য। ওচৰৰ পৰা বাঘ চাবলৈ ওলাই আহিল শ শ লোক। ঘৰৰ মুধচ, গছৰ ওপৰত উঠি চালে বনৰজাক। কাজিৰঙাৰ পৰা ঢেকীয়াপতিয়াটো ওলাই অহাৰ সন্দেহ কৰিছে বন বিভাগে। #tiger #Biswanath #AssamNews #assam #PrathamKhabar24x7 Follow us on Facebook: @prathamkhabar24x7 Follow us on Instagram: @prathamkhabartv Follow us on Twitter: @khabar_pratham Our Website: https://prathamkhabartv.com #prathamkhabar24x7 #prathamkhabartv #prathamkhabarnews #prathamkhabarbreaking #prathamkhabar