বান্দৰ পৰিল মেকুৰীৰ প্ৰেমত🐒❤️🐱/ পাছত মেকুৰীজনীক কি অৱস্থা কৰিলে চাওক😂/কেতিয়াও নেদেখা প্ৰেম কাহিনী🤣🤣🙈
Gouranga Raag Official
0:00 / 0:00
বান্দৰ পৰিল মেকুৰীৰ প্ৰেমত🐒❤️🐱/ পাছত মেকুৰীজনীক কি অৱস্থা কৰিলে চাওক😂/কেতিয়াও নেদেখা প্ৰেম কাহিনী🤣🤣🙈
11 480 просмотров · 12 часов назад
Gouranga Raag Official
52,8 тыс. подписчиков
11 480 просмотров · 12 часов назад
নগাঁও ,জামুগুৰিৰ মোৰ ঘৰৰ বাৰীৰপৰা বান্দৰ এটাই মেকুৰী পোৱালি এটা মাকৰ কাষৰপৰা নিয়া আজি এমাহেই হ'ল ।জগিছিলহে মাথোঁ ।বান্দৰটোৱে মেকুৰী পোৱালীটোক এখন হাতেৰেই লৈ গোটেই অঞ্চল ঘূৰি ফুৰিছে ।বান্দৰটো যলৈকে যায় বুকুত মেকুৰীটো লৈ ঘূৰি আছে ।কি খাইছে ক'ত শুইছে কি খুৱাইছে বান্দৰটোয়ে নাজানো দেই !এক চেকেণ্ডও নেৰে আৰু আঁতৰাব খুজিলে চোঁচা লৈ আহে সি ।পৰা নাই আঁতৰাব ।মেকুৰীটো এনেকৈয়ে ডাঙৰ হৈছে ।বান্দৰটো আজি মেকুৰীটোৰ কি প্ৰেমত পৰিল নাজানো আৰু দেই । কিন্তু দুখো লাগিছে এনেকৈ কি হ'বগৈ পাছত ! সোনকালে যাতে মেকুৰীৰ মাকক গতাই দিয়ে পোৱালীটো । আমি শিকিবলগীয়া বহুত আছে এই জীৱ দুটাৰ মৰম চেনেহৰপৰা 🙏 জীৱশ্ৰেষ্ঠ মানৱ আজি কোন দিশে আৰু বাকী জীৱ জন্তুবোৰৰ মৰম ,চেনেহ ,ভাতৃত্তবোধ আজি কোন দিশে !!কিন্তু মেকুৰী পোৱালীটোক কেনেকৈ বান্দৰটোৰপৰা আঁতৰাই আনিব পাৰিম উপায় পোৱা নাই !!তাক যাতে সোনকালে মাকৰ ওচৰত এৰি আহে বকন্দৰটোৱে 🙏