ধনতেৰছত সোণ-ৰূপ কিনাটো জৰুৰী নেকি? 😮 ভাগৱতে কি কয়? | মাধুৰ্য বৰা | ভাগৱত ব্যাখ্যা
Assamese Cultural Canvas
0:00 / 0:00
ধনতেৰছত সোণ-ৰূপ কিনাটো জৰুৰী নেকি? 😮 ভাগৱতে কি কয়? | মাধুৰ্য বৰা | ভাগৱত ব্যাখ্যা
3 531 просмотр · 2 дн. назад
Assamese Cultural Canvas
79,5 тыс. подписчиков
3 531 просмотр · 2 дн. назад
🙏 ধনতেৰছত সোণ-ৰূপ কিনাটো সঁচাকৈয়ে জৰুৰী নেকি?
ধনতেৰছৰ দিনা সোণ, ৰূপ বা নতুন বাচন-বৰ্তন কিনাৰ পৰম্পৰা কিয় প্ৰচলিত? এই দিনটোত সোণ-ৰূপ ক্ৰয় কৰাটো ধৰ্মীয় বিশ্বাস নে কেৱল এক সামাজিক পৰম্পৰা?
এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ চাওক মাধুৰ্য বৰাৰ এক সুন্দৰ ভাগৱত ব্যাখ্যা।
ধৰ্মীয় বিশ্বাস, শাস্ত্ৰীয় দৃষ্টিভংগী আৰু প্ৰকৃত আধ্যাত্মিক তাৎপৰ্য জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক।
🙏 জয় শ্ৰীকৃষ্ণ 🙏
ভিডিঅ'টো ভাল লাগিলে Like, Share আৰু Channelটো Subscribe কৰিবলৈ নাপাহৰিব।
#ধনতেৰছ #Dhanteras #সোণৰূপ #ভাগৱতব্যাখ্যা #মাধুৰ্যবৰা #AssameseBhagawat #অসমীয়াভাগৱত #ধৰ্মীয়আলোচনা #জয়শ্ৰীকৃষ্ণ