Перейти к содержимому

Freshers ৰ সেই দিনটো ❤️ // Assamese College Love Story // Nibir & Meghali // Assamese Short Film

Assamese story 2.0

0:00 / 0:00

Freshers ৰ সেই দিনটো ❤️ // Assamese College Love Story // Nibir & Meghali // Assamese Short Film

3 480 просмотров · 2 недели назад
Assamese story 2.0
195 подписчиков
3 480 просмотров · 2 недели назад
এখন নতুন কলেজ... নতুন বন্ধু... আৰু এটা অচিনাকি চিনাকি। ❤️ নিবিৰৰ কলেজ জীৱনৰ প্ৰথম দিনটো আছিল Freshers Day। তাতেই তাৰ চিনাকি হয় মেঘালীৰ সৈতে। প্ৰথমে সৰু সৰু কথা, ধেমালি আৰু বন্ধুত্ব... তাৰ পিছত লাহে লাহে সেই চিনাকিটো হৈ পৰে এটা বিশেষ অনুভূতি। Freshersৰ সেই প্ৰথম দিনটোৰ পৰা আৰম্ভ হোৱা তেওঁলোকৰ কলেজ জীৱনত আছে বন্ধুত্ব, হাঁহি, সৰু সৰু ভুল-বুজাবুজি, College Fest, Exam, আৰু বহুতো মিঠা স্মৃতি। কিন্তু কলেজ জীৱন সদায় একে নাথাকে... এদিন আহি পৰে বিদায়ৰ সময়। “কিছুমান চিনাকি মাথোঁ এটা দিনৰ নহয়... কিছুমান চিনাকি জীৱনজোৰা স্মৃতি হৈ ৰৈ যায়।” ❤️ 🎭 Main Characters: • নিবিৰ — Main Character • মেঘালী — Female Lead • ৰাহুল — Best Friend • জোনালী — Best Friend • নীলয় — Senior 🎬 Genre: Assamese Short Film | College Life | Friendship | Innocent Love | Emotional Drama Assamese story 2.0 #AssameseShortFilm #AssameseLoveStory #CollegeLoveStory #FreshersDay #AssameseFilm #Nibir #Meghali #CollegeLife #AssameseCinema #ShortFilm