নাৱেৰে পাপনৰ শদিয়াৰ পৰা ধুবুৰীলৈ যাত্ৰা | A boat journey of singer Angarag Papon
TravTalk assam
0:00 / 0:00
নাৱেৰে পাপনৰ শদিয়াৰ পৰা ধুবুৰীলৈ যাত্ৰা | A boat journey of singer Angarag Papon
173 просмотра · 1 год назад
TravTalk assam
1,46 тыс. подписчиков
173 просмотра · 1 год назад
#জনপ্ৰিয়_সংগীতশিল্পী_অংগৰাগ_পাপন_মহন্তই_নাৱেৰে_মহাবাহু_ব্ৰহ্মপুত্ৰইদি_শদিয়াৰ_পৰা_ধুবুৰীলৈ_এক_যাত্ৰা_আৰম্ভ_কৰিছে #পাপনৰ_বক্তব্য_এনেধৰণৰ ●এক যাত্ৰাত ওলাইছোঁ, যি বহু দিনৰ পৰা মোৰ এটা সপোন আছিল। এয়া এটা কঠিন যাত্ৰা.. বহুবোৰ কাৰণতে কঠিন । নিজৰ কৰ্মময় বা ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা সময় উলিয়াই , ব্রহ্মপুত্র সভ্যতাৰ অপৰিচিত, সহজতে নুশুনা বা হেৰাই যোৱাৰ উপক্ৰম হোৱা , আৰু আমাৰ অপূৰ্ব চহকী সংগীত আৰু সংস্কৃতি বিশ্বৰ আগত তুলি ধৰাৰ বাবে সংৰক্ষণ আৰু প্ৰচাৰ কৰাৰ চেষ্টা কৰিছোঁ। অনুগ্ৰহ কৰি আপুনি যদি তেনে কোনো গীত বা সংস্কৃতিৰ কথা আমাৰ লগত share কৰিব বিচাৰে গীতসমূহ তলত দিয়া নম্বৰটোত WhatsApp কৰক বা আমাৰ ইমেইল ঠিকনাত পঠিয়াওক।
সকলোকে এই ভিডিঅ’টো share কৰিবলৈ অনুৰোধ জনাইছোঁ l ❤️
WhatsApp: +91 86521 52057
Email : team@papon.in
I’m setting out on a journey that has been a long-cherished dream. It’s a challenging one.. for many reasons. I’m stealing some time from my work life and tours to try preserve and share the unseen, unheard, and incredibly rich music and culture of the Brahmaputra civilization with the world. If you have songs to share, please WhatsApp them to the number below or email them to us.
Requesting everyone to share this video. ❤️
WhatsApp: +91 86521 52057
Email : team@papon.in