Перейти к содержимому

Brindabone Bone || বৃন্দাবনে বনে|| Lokogeet|| Mridusmita Hazarika|| Folk Song ||Majuli

Mridusmita Hazarika

0:00 / 0:00

Brindabone Bone || বৃন্দাবনে বনে|| Lokogeet|| Mridusmita Hazarika|| Folk Song ||Majuli

216 506 просмотров · 2 года назад
Mridusmita Hazarika
3,73 тыс. подписчиков
216 506 просмотров · 2 года назад
Assamese folk song: Brindabone bone fure Narayane 🎧Singer: Mridusmita Hazarika 🎧Producer & Direction: Ranjan saikia 🎹Music: Tapan Rajkhowa 🎧Melody Design & Mix-Mastering: Anurag Medhi 🎧Flute: Protim Bhaskar 🎧Tabala /Dhulok: Pankaj Kalita 🎙️Recording Studio: Taranga Studio,Kamargaon,Majuli সংগীতে মানুহৰ মনত প্ৰশান্তিৰ নিজৰা বোৱাই দিব পাৰে।প্ৰকাৰ ভেদে সংগীত সমূহৰ মাদকতা ও ভিন্ন ভিন্ন।লোকগীত সমূহো এক প্ৰকাৰৰ সুমধুৰ সংগীত।লিখিত সাহিত্য আৰম্ভ হোৱাৰ আগৰে পৰা অসমীয়া মানুহৰ জন জীৱনত লোকগীতৰ প্ৰভাৱ বিৰাজমান। ভগৱান শ্ৰী কৃষ্ণই মানৱী ৰূপ ধাৰণ কৰি গোৱাল বাসীৰ মনোবাঞ্ছা পূৰ্ণ কৰাৰ লগতে গকুল বৃন্দাবনত গোপ শিশু সকলৰ সহিতে ধেনু চৰাইছিল।নানা অলৌকিক কৰ্মৰ যোগেদি ধৰ্মৰ গ্লানি হোৱা সময়ত ধৰাৰ বুকুত ঈশ্বৰৰ মহিমা প্ৰকাশ কৰিছিল l আমাৰ এই "বৃন্দাবনে বনে" ‌শীৰ্ষক লোকগীতটিত বালক ৰূপী ঈশ্বৰে বৃন্দাবনত প্ৰদৰ্শন কৰা শিশু লীলা আৰু মাতৃ যশোদাৰ মমতাময়ী অন্তৰৰ কথা বৰ্ণিত হৈ আছে। খুব কম সময়ৰ ভিতৰতে "তৰংগ ষ্টুডিঅ"ত বাণীবদ্ধ কৰা গীতটি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ।আশাকৰোঁ সকলোৱে আদৰি লʼব।অজানিতে আমাৰ ৰৈ যোৱা ভুল ত্ৰুটি সমূহ আঙুলিয়াই দেখুৱাই অনাগত দিনবোৰত আমাক আগুৱাই যোৱাত সহায় কৰিব।আপোনালোকৰ ধনাত্মক সহাঁৰিয়েই হʼব ভবিষ্যতৰ দিনত আমাৰ আগবাঢ়ি যোৱাৰ সুধা সঞ্জীৱনী। Special thanks : Ranjan Saikia, Father, mother, sister, Kabyashree Borah, and My whole family. #assam #লোকগীত #video #বৃন্দাবন #বৃন্দাবনে #lokogeet #folksong #song #mridusmitahazarika #viral #2024 #support #people #help #us #majuli #majulirakh#assamese #culture #assameseculture #god #godsongs #rashleela #majuliisland #krishna #brindabon #vindavan #india