Daily Use English Sentences in Assamese | সহজে ইংৰাজী ক'বলৈ শিখক | Learn English (Part-37)
Smart Study Zoon 24
0:00 / 0:00
Daily Use English Sentences in Assamese | সহজে ইংৰাজী ক'বলৈ শিখক | Learn English (Part-37)
9 просмотров · 2 дня назад
Smart Study Zoon 24
132 подписчика
9 просмотров · 2 дня назад
স্বাগতম Smart Study Zoon 24 লৈ! ❤️
আজিৰ এই ভিডিঅ'ত (Part-37) আমি অসমীয়াৰ পৰা ইংৰাজীলৈ সহজতে কেনেকৈ অনুবাদ কৰিব পাৰি আৰু দৈনন্দিন জীৱনত সদায় ব্যৱহাৰ হোৱা প্রয়োজনীয় বাক্যসমূহ আলোচনা কৰিছো।
যদি আপুনি সহজতে আৰু খৰটকীয়াভাৱে ইংৰাজী ক'বলৈ আৰু শিকিবলৈ বিচাৰে, তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক।
🔹 আজিলৈ শিকিবলগীয়া বিষয়সমূহ:
Daily use English sentences (সদায় ব্যৱহাৰ হোৱা ইংৰাজী বাক্য)
Assamese to English translation (অসমীয়াৰ পৰা ইংৰাজী অনুবাদ)
Easy spoken English practice
ভিডিঅ’টো ভাল লাগিলে Like, Share আৰু চ্য়েনেলটো Subscribe কৰিবলৈ নাপাহৰিব! 🔔
Social Links / Hashtags:
#SmartStudyZoon24 #LearnEnglishFast #AssameseToEnglish #DailyUseEnglishSentences #SpokenEnglishAssamese #AssameseEducationalVideo