খহনীয়াৰ মাজতে যুদ্ধ জয়ৰ সপোন, ভূপেন বৰাই মুকলি কৰিলে ৱাৰ ৰূম, তীক্ষ্ণ কটাক্ষ BJP-AIUDFৰ
News Live
0:00 / 0:00
খহনীয়াৰ মাজতে যুদ্ধ জয়ৰ সপোন, ভূপেন বৰাই মুকলি কৰিলে ৱাৰ ৰূম, তীক্ষ্ণ কটাক্ষ BJP-AIUDFৰ
13 155 просмотров · 2 года назад
News Live
3,33 млн подписчиков
13 155 просмотров · 2 года назад
🔴 তীব্ৰ খহনীয়াৰ মাজতে যুদ্ধ জয়ৰ সপোন, কংগ্ৰেছৰ ৱাৰ ৰূম মুকলি APCCৰ সভাপতি ভূপেন বৰাৰ।
🔴 ৱাৰ ৰূম মুকলিৰ পিছতেই কংগ্ৰেছক তীক্ষ্ণ কটাক্ষ BJP-AIUDFৰ।
🔴 ৱাৰ ৰূমত কংগ্ৰেছৰ যুদ্ধ নহ'লেই হ'ল বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ।
🔴 সেনাপতি নাই, সেনা নাই, কংগ্ৰেছে কেনেকৈ যুদ্ধ কৰিব? বুলি প্ৰশ্ন বিজেপিৰ।
🔴 ভূপেন বৰাক ঢাল-তৰোৱালবিহীন নিধিৰাম চৰ্দাৰ: AIUDF
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: http://newslivetv.com/