Перейти к содержимому

দুৰ্গোৎসৱৰ মাজতে আজি ৰাজ্যৰ ৩ জিলাত চলিল প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

PRATHAM KHABAR 24x7

0:00 / 0:00

দুৰ্গোৎসৱৰ মাজতে আজি ৰাজ্যৰ ৩ জিলাত চলিল প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

2 605 просмотров · 3 дн. назад
PRATHAM KHABAR 24x7
72,6 тыс. подписчиков
2 605 просмотров · 3 дн. назад
দুৰ্গোৎসৱৰ মাজতে আজি ৰাজ্যৰ ৩ জিলাত চলিল প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান ৷ ৫৯টা পৰিয়ালক উচ্ছেদ কৰা হয় মেৰাপানীৰ ২নং নেঘেৰিবিলত৷ প্ৰশাসনৰ উচ্ছেদৰ মাজতে টালি-টোপোলা বান্ধি ঘৰ এৰে দখলকাৰীয়ে৷ ২০২৫ৰ আগষ্টতো নেঘেৰিবিলত উচ্ছেদ কৰা হৈছিল ১৪৬ পৰিয়ালক ৷ সেই সময়ত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বাকী ৫৯টা পৰিয়াল৷ অৱশেষথ ন্যায়ালয়ৰ নিৰ্দেশত উচ্ছেদ চলে সেই পৰিয়ালকেইটাৰ গৰ-দুৱাৰতো #eviction #Incident #AssamNews #assam #PrathamKhabar24x7 Follow us on Facebook: @prathamkhabar24x7 Follow us on Instagram: @prathamkhabartv Follow us on Twitter: @khabar_pratham Our Website: https://prathamkhabartv.com #prathamkhabar24x7 #prathamkhabartv #prathamkhabarnews #prathamkhabarbreaking #prathamkhabar