দ্বিতীয় দিনাও ধুবুৰীৰ গৌৰীপুৰত অব্যাহত উচ্ছেদ অভিযান
PRATHAM KHABAR 24x7
0:00 / 0:00
দ্বিতীয় দিনাও ধুবুৰীৰ গৌৰীপুৰত অব্যাহত উচ্ছেদ অভিযান
130 просмотров · 17 ч назад
PRATHAM KHABAR 24x7
73,8 тыс. подписчиков
130 просмотров · 17 ч назад
দ্বিতীয় দিনাও ধুবুৰীৰ গৌৰীপুৰত অব্যাহত উচ্ছেদ অভিযান। বছৰ বছৰ ধৰি প্ৰায় এহেজাৰ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ কালিৰে পৰা চলিছে উচ্ছেদ। ৬০খন জেচিবিৰে এফালৰ পৰা ভাঙি গৈছে বেদখলকাৰীৰ ঘৰ–দুৱাৰ। নিজৰ ঘৰখনৰ ভগ্ন ৰূপ দেখি উচুপি উঠিছে বাসিন্দাসকল। আদালতলৈ যোৱাৰো হুংকাৰ দিলে একাংশ উচ্ছেদিত লোকে।
#Gauripur #dhubri #Eviction #Incident #AssamNews #assam #PrathamKhabar24x7
Follow us on Facebook: @prathamkhabar24x7
Follow us on Instagram: @prathamkhabartv
Follow us on Twitter: @khabar_pratham
Our Website: https://prathamkhabartv.com
#prathamkhabar24x7
#prathamkhabartv
#prathamkhabarnews
#prathamkhabarbreaking
#prathamkhabar