Mon Milile Kotha Nimile 💔 | Emotional Assamese Vlog | Heart Touching Moments
Red Rose AI MP
0:00 / 0:00
Mon Milile Kotha Nimile 💔 | Emotional Assamese Vlog | Heart Touching Moments
831 142 просмотра · 4 месяца назад
Red Rose AI MP
3,29 тыс. подписчиков
831 142 просмотра · 4 месяца назад
Mon Milile Kotha Nimile 💔 | Emotional Assamese Vlog | Heart Touching Moments
Mon milile kotha nimile… sometimes feelings stay deep inside and words never come out 💭💔
This video shows a simple emotional moment where heart connects but silence remains. If you have ever felt this, this vlog is for you.
Watch till the end and feel the emotion ❤️
📌 All content in this video is created and owned by this channel.
© 2026 Red Rose AI MP. All rights reserved.
Do not re-upload, reproduce or distribute without permission.
🎵 SONG Highlights
Song: Mon Milile Kotha Nimile
Lyrics: Jayanta Das
Tune/Composition: Jayanta Das
Category: Assamese Classical song
Singer: Digitally processed
Studio: Jayanta Das Fantasy Creation
Medium: Digital
______________
📌 About:
This Assamese song is created using a complete digital production process. Modern technology and creative techniques are used to blend sound, music, and emotion into a unique experience. The aim of this song is to express feelings and connect with listeners through meaningful music.
⚠️ Disclaimer:
This song is made for entertainment purposes only. It may include AI-generated or digitally enhanced elements such as vocals, music, or visuals. Any resemblance to real persons, events, or other works is purely coincidental.
All rights to this content belong to the creator. Unauthorized use, reproduction, or distribution is strictly prohibited.
● Lyrics of the song-
ওওওওওওওওও
হোওওওওওওও লালাআআআ ওওওওওওও
মন মিলিলে কথা নিমিলে
সময় নিমিলে
হিয়া জানো মিলিব
আগতে ভালেখিনি মৰম
দি ল'লা
মন মিলিলে কথা নিমিলে
সময় নিমিলে
হিয়া জানো মিলিব
আগতে ভালেখিনি মৰম
দি ল'লা
ভালেমান মৰম পালোঁ
তাৰ পিছত কি হ'ল তোমাৰ
কথাবোৰ আমাৰ
তোমাৰ মোৰ বেলেগ হ'ল কিয়
বেলেগ হ'ল কিয় বেলেগ হ'ল কিয়
ভালেখিনি সপোন আছিল মোৰ
তোমাক ক'ত পাম
ক'ত যাম পগলা হৈ যাম
পগলা হৈ যাম
জয় শ্ৰী কৃষ্ণ
জয় ৰাম তোক নাপালে
মৰি যাম বৰলা হৈ নাথাকোঁ
সঁচাকৈ মৰি যাম
সঁচাকৈ মৰি যাম
মৰি যাম
লিখি থোৱা কবিতা
লিখাকে পৰি আছে
ব'হাগ আহি বিহু নাচি থৈ গ'ল
ব'হাগত বিয়া হ'ম বুলি
কোৱা কথা ক'ত গ'ল
ফাগুন মাহ নপৰা আগতে
উৰি গুচি গ'লা
তুমি কাৰেনো মালিনী মালিতা হ'লা
মোক বলিয়া কৰিলা
মোক বলিয়া কৰিলা
জয় শ্ৰী কৃষ্ণ
জয় ৰাম তোক নাপালে
মৰি যাম বৰলা হৈ নাথাকোঁ
সঁচাকৈ মৰি যাম
সঁচাকৈ মৰি যাম
মৰি যাম
ৰাস্তাফালে ফুৰিব যাওঁতে
চাহ একাপ খাওঁ বুলি বহোঁতে
তোৰে হাতত লাগিলে
গাতে গা লাগিলে থানাত গোচৰ
নিদিবা
ৰাস্তাফালে ফুৰিব যাওঁতে
চাহ একাপ খাওঁ বুলি বহোঁতে
তোৰে হাতত লাগিলে
গাতে গা লাগিলে থানাত গোচৰ
নিদিবা
দিলে দিবা মনতে ঠাই
হাতত লাগোতে ভয় নকৰিবা
তুমি ভয় কৰিলে
এনে হ'ব মোৰ বদনাম
জয় শ্ৰী কৃষ্ণ
জয় ৰাম তোক নাপালে
মৰি যাম বৰলা হৈ নাথাকোঁ
সঁচাকৈ মৰি যাম
সঁচাকৈ মৰি যাম
মৰি যাম
জয় শ্ৰী কৃষ্ণ
জয় ৰাম তোক নাপালে
মৰি যাম বৰলা হৈ নাথাকোঁ
সঁচাকৈ মৰি যাম
সঁচাকৈ মৰি যাম
মৰি যাম মৰি যাম মৰি যাম মৰি যাম
মৰি যাম
🏷️ Tags
#Assamesemodernsong #countryfolkmusic #lovesong #classicalsong #Assamesesong #AssamCulture #AssameseSong2026
Don’t forget to like, share and subscribe for more Assamese content.
#MonMilileKothaNimile #AssameseVlog #EmotionalVlog #HeartTouching #AssameseContent #SadVibes #LoveFeelings #ViralVlog #Trending #YouTubeShorts