Перейти к содержимому

সৰু বাগিচাৰ বাবে Subarnarekha আম সৰ্বশ্ৰেষ্ঠ নেকি? | Subarnarekha Mango Review

Assamese Farmer Hitupal

0:00 / 0:00

সৰু বাগিচাৰ বাবে Subarnarekha আম সৰ্বশ্ৰেষ্ঠ নেকি? | Subarnarekha Mango Review

1 398 просмотров · 2 месяца назад
Assamese Farmer Hitupal
5,92 тыс. подписчиков
1 398 просмотров · 2 месяца назад
Subarnarekha আমৰ জাতটো সৰু বাৰী বা সীমিত ঠাইৰ বাবে এটা ভাল বিকল্প। ইয়াৰ গছ তুলনামূলকভাৱে সৰু থাকে আৰু ভাল ফলন দিয়ে। এই ভিডিঅ'টোত মই Subarnarekha আমৰ সোৱাদ, ফলন, গছৰ আকাৰ, বৃদ্ধি আৰু ফল পকাৰ সময়ৰ বিষয়ে আলোচনা কৰিছোঁ। This video reviews the Subarnarekha mango variety. Learn about its taste, yield, dwarf growth habit and suitability for home gardens. লগতে চাওক - লেংৰা আম:    • লেংৰা আম আটাইতকৈ মিঠা নেকি? | Langra Mango...   সিন্ধু আম:    • Sindhu আমে সঁচাকৈয়ে অধিক ফল দিয়ে নেকি? |...   অসমত আমৰ গ্ৰাফটিং কৰাৰ সঠিক পদ্ধতি:    • অসমত আমৰ গ্ৰাফটিং কৰাৰ সঠিক পদ্ধতি আৰু ইয়া...   ভিডিঅ'টো ভাল লাগিলে এটা Like 👍 দিয়ক, Share কৰক, আৰু এনে ধৰনৰ বাগিচাৰ ভিডিঅ'ৰ বাবে চেনেলটো Subscribe কৰি ৰাখক। Amazon SHOPPING 🛒👇 https://www.amazon.in/shop/assamesefa... https://www.amazon.in/shop/assamesefa... মোক যোগাযোগ কৰিবলৈ: Whatsapp - 7399880066 📧Email- assamesefarmerhitupal@gmail.com #SubarnarekhaMango #MangoTree #DwarfMango #MangoVarieties #HomeGarden #Gardening #OrganicGardening #FruitTrees #BackyardGarden #AssamGardening #AssameseFarmer #AssameseFarmerHitupal