Перейти к содержимому

আমি ধূপ-চাকি কিয় জ্বলাওঁ? | ভাগৱতে কি কয়? | ভাগৱত ব্যাখ্যা | মাধুৰ্য্য বৰা বাপ | Bhagavat

বাৰেৰহণীয়া কৃষ্টিৰ ভঁৰাল

0:00 / 0:00

আমি ধূপ-চাকি কিয় জ্বলাওঁ? | ভাগৱতে কি কয়? | ভাগৱত ব্যাখ্যা | মাধুৰ্য্য বৰা বাপ | Bhagavat

6 093 просмотра · 3 дня назад
বাৰেৰহণীয়া কৃষ্টিৰ ভঁৰাল
3,95 тыс. подписчиков
6 093 просмотра · 3 дня назад
আমি ধূপ-চাকি কিয় জ্বলাওঁ? ধূপ-চাকি জ্বলোৱাৰ আঁৰত থকা আধ্যাত্মিক তাৎপৰ্য কি? পূজা-অৰ্চনাৰ সময়ত ধূপ আৰু চাকি জ্বলোৱাৰ প্ৰকৃত উদ্দেশ্য কি—এই গুৰুত্বপূৰ্ণ বিষয়সমূহ এই ভিডিঅ’টোত মাধুৰ্য্য বৰা বাপে ভাগৱতৰ আধাৰত সুন্দৰভাৱে ব্যাখ্যা কৰিছে। ভক্তি আৰু আধ্যাত্মিক জ্ঞানৰ বাবে ভিডিঅ’টো সম্পূৰ্ণকৈ চাওক আৰু আপোনাৰ মতামত কমেণ্টত জনাব। ভিডিঅ’টো ভাল লাগিলে Like 👍 | Share 🔄 | Subscribe 🔔 কৰিবলৈ নাপাহৰিব। #ভাগৱতব্যাখ্যা #মাধুৰ্য্যবৰাবাপ #ধূপচাকি #ধূপচাকি_জ্বলোৱাৰ_কাৰণ #ভাগৱত #শ্ৰীমদ্ভাগৱত #কৃষ্ণভক্তি #হৰিনাম #ভক্তি #অসমীয়াভক্তি #অসমীয়াধৰ্মীয়ভিডিঅ #Bhagavat #BhagwatKatha #KrishnaBhakti #AssameseBhakti #Viral