১০ বছৰ অপেক্ষা কৰা কুকুৰৰ হৃদয়স্পৰ্শী কাহিনী | জাপানৰ সত্য ঘটনা
Dipak Motivator
0:00 / 0:00
১০ বছৰ অপেক্ষা কৰা কুকুৰৰ হৃদয়স্পৰ্শী কাহিনী | জাপানৰ সত্য ঘটনা
16 275 просмотров · 5 мес. назад
Dipak Motivator
715 тыс. подписчиков
16 275 просмотров · 5 мес. назад
আজিৰ এই হৃদয়স্পৰ্শী ভিডিঅ’ত Dipak Sarma এ কৈছে জাপানৰ এখন সত্য কাহিনী — এজন কুকুৰৰ, যিয়ে নিজৰ মালিকৰ বাবে একেৰাহে ১০ বছৰ অপেক্ষা কৰিছিল।
এই কাহিনী কেৱল এটা কুকুৰৰ নহয়… ই বিশ্বস্ততা, ভালপোৱা আৰু সম্পৰ্কৰ গভীৰ অনুভৱৰ প্ৰতীক। ❤️
ভিডিঅ’টো শেষলৈ চাওক… হয়তো আপোনাৰ চকুও ভিজাই দিব এই কাহিনীয়ে।