Перейти к содержимому

Class 8 Maths Chapter: 14 সূচক (Exponents) কি?Explain Laws of Exponents with examples in Assamese

Theoriqon Maths

0:00 / 0:00

Class 8 Maths Chapter: 14 সূচক (Exponents) কি?Explain Laws of Exponents with examples in Assamese

96 просмотров · 3 дн. назад
Theoriqon Maths
20 подписчиков
96 просмотров · 3 дн. назад
📘 Class 8 Maths | Chapter 8 — সূচক (Exponents) | Laws of Exponents in Assamese এই ভিডিঅ’টোত আমি অষ্টম শ্ৰেণীৰ গণিতৰ সূচক (Exponents) অধ্যায়ৰ সূচকৰ নিয়মসমূহ উদাহৰণসহ সহজ অসমীয়া ভাষাত শিকিম। এই ভিডিঅ’টোত শিকিবলৈ পাবা: ✅ Exponent ✅Power ✅ Base ✅ Laws of Exponents (সূচকৰ নিয়মসমূহ) ✅ Negative Exponent (ঋণাত্মক সূচক) 🎯 প্ৰতিটো নিয়ম সহজ ব্যাখ্যা আৰু উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰা হৈছে, যাতে ছাত্ৰ-ছাত্ৰীসকলে বিষয়টো ভালদৰে বুজি অংকসমূহ নিজে সমাধান কৰিব পাৰে। 📌 ভিডিঅ’টো ভাল লাগিলে Like 👍 কৰিবা, বন্ধু-বান্ধৱীৰ সৈতে Share কৰিবা আৰু নতুন নতুন গণিতৰ পাঠ শিকিবলৈ Theoriqon Maths Channel-টো Subscribe কৰিবলৈ নাপাহৰিবা। 💡 Think Deep, Solve Smart! #Class8Maths #Exponents #LawsOfExponents #AssameseMedium #AssameseMaths #Thoriqonmaths