মোৰ CTET Marks Reveal! 🥺❤️ | কিমান Marks পাইছিলোঁ? | অৱশেষত চৰকাৰী শিক্ষক! 🎉
Unfiltered Pronita
0:00 / 0:00
মোৰ CTET Marks Reveal! 🥺❤️ | কিমান Marks পাইছিলোঁ? | অৱশেষত চৰকাৰী শিক্ষক! 🎉
46 320 просмотров · 10 дней назад
Unfiltered Pronita
11,5 тыс. подписчиков
46 320 просмотров · 10 дней назад
CTET-ত মোৰ কিমান Marks আহিছিল? 🥺❤️ Final Selection List-ত কিমান Marks আছিল?
এই ভিডিঅ'টোত মই মোৰ CTET Marksheet, Final Selection List আৰু মোৰ চৰকাৰী শিক্ষক হোৱাৰ সম্পূৰ্ণ journey-ৰ এটা বিশেষ অংশ আপোনালোকৰ সৈতে share কৰিছোঁ। 🎉
ইমানদিনৰ struggle, অপেক্ষা আৰু সপোনৰ পিছত অৱশেষত সেই দিনটো আহিল—
মই এগৰাকী চৰকাৰী শিক্ষক! ❤️
এই ভিডিঅ'টোত চাব পাৰিব👇
✨ মোৰ CTET Marks
✨ Final Selection List
✨ Selection-ৰ marks
✨ মোৰ শিক্ষক হোৱাৰ journey
✨ অৱশেষত কেনেকৈ সপোনটো পূৰণ হ'ল
মোৰ exact marks জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। 👀❤️
আপোনালোকৰ মৰম আৰু support-ৰ বাবে বহুত বহুত ধন্যবাদ। 🙏
❤️
#CTET #CTETMarks #CTETMarksReveal #CTETAssam #MarksReveal #FinalSelection #FinalSelectionMarks #GovernmentTeacher #GovtTeacher #AssamTeacher #TeacherLife #TeacherJourney #AssameseVlog #AssameseYouTuber #TeachingJourney