উজনিৰ হাজাৰ হাজাৰ বানপীড়িত ক্ষতিপুৰনৰ দাবীত প্ৰতিবাদত নামিল!
Moi Axomor Lora RJ
0:00 / 0:00
উজনিৰ হাজাৰ হাজাৰ বানপীড়িত ক্ষতিপুৰনৰ দাবীত প্ৰতিবাদত নামিল!
4 955 просмотров · 3 нед. назад
Moi Axomor Lora RJ
396 подписчиков
4 955 просмотров · 3 нед. назад
উজনিৰ হাজাৰ হাজাৰ বানপীড়িত ক্ষতিপুৰনৰ দাবীত প্ৰতিবাদত নামিল!
উজনি অসমৰ বানপীড়িত লোকসকলৰ ক্ষতিপূৰণ আৰু সাহায্যৰ দাবীক লৈ গুৱাহাটীত প্ৰতিবাদ অনুষ্ঠিত হয়। প্ৰতিবাদকাৰীসকলে বানত ঘৰ-সম্পত্তি ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ বাবে ১০ লাখ টকাৰ ক্ষতিপূৰণৰ দাবী উত্থাপন কৰে।
⚠️ Copyright Disclaimer:
এই ভিডিঅ’টো সংবাদ, তথ্য আৰু জনসচেতনতামূলক উদ্দেশ্যত প্ৰস্তুত কৰা হৈছে। ভিডিঅ’ত ব্যৱহৃত কোনো ছবি, ভিডিঅ’ ক্লিপ, অডিঅ’ বা অন্যান্য কনটেন্টৰ স্বত্ব সংশ্লিষ্ট মালিকৰ। আমি কোনো কপিৰাইটযুক্ত কনটেন্টৰ মালিকানা দাবী নকৰোঁ। যদি কোনো কনটেন্টৰ স্বত্বাধিকাৰী এই ব্যৱহাৰৰ বিষয়ে আপত্তি কৰে, অনুগ্ৰহ কৰি যোগাযোগ কৰক। উপযুক্ত প্ৰমাণ পোৱাৰ পিছত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
#AssamNews #AssamFlood #UpperAssam #বানপীড়িত #ক্ষতিপূৰণ #প্ৰতিবাদ #AssamProtest #FloodVictims #AssamNews #CopyrightDisclaimer