পূৰ্বৰ দৰে এইবাৰ শিৱসাগৰ, চৰাইদেউ জিলাৰ পৰা নাহিল প্ৰতিমা নিৰ্মাণৰ অৰ্ডাৰ।
ND24 Digital
0:00 / 0:00
পূৰ্বৰ দৰে এইবাৰ শিৱসাগৰ, চৰাইদেউ জিলাৰ পৰা নাহিল প্ৰতিমা নিৰ্মাণৰ অৰ্ডাৰ।
1 486 просмотров · 7 дн. назад
ND24 Digital
37,8 тыс. подписчиков
1 486 просмотров · 7 дн. назад
চেপনৰ ৪৫ বছৰ অতিক্ৰমা মা দুৰ্গা শিল্পালয়ত এইবাৰ নিৰ্মাণ কৰিছে মহিষ সংহাৰীনীৰ ৪৫ খনকৈ প্ৰতিমা। প্ৰতিষ্ঠানখনৰ ৩ গৰাকী ভাতৃৰ লগতে বৰপেটা, কোচবিহাৰৰ পৰা আহি নিৰ্মাণ কাৰ্যত লাগিছে কেইবাজনো খনিকৰ। অৱশ্যে পূৰ্বৰ দৰে এইবাৰ শিৱসাগৰ, চৰাইদেউ জিলাৰ পৰা নাহিল প্ৰতিমা নিৰ্মাণৰ অৰ্ডাৰ।
#ND24Digital | #DurgaPuja | #Assam | #Sivasagar | #Charaideo