অসম এৰি, দিল্লীলৈ কিয় যাব ৰাহুল গৌতম শৰ্মা !
BAARTA LAAP
0:00 / 0:00
অসম এৰি, দিল্লীলৈ কিয় যাব ৰাহুল গৌতম শৰ্মা !
126 529 просмотров · 4 года назад
BAARTA LAAP
648 тыс. подписчиков
126 529 просмотров · 4 года назад
অসম এৰি,দিল্লীলৈ কিয় যাব ৰাহুল!
৫বছৰৰ পিছত অসমলৈ কিহৈ উভতিব প্ৰতিভাবান যুৱক ৰাহুল!
কবিৰ পৰা গীতিকাৰলৈ।
অভিনয়ৰ পৰা সংগীতলৈ।
জুবিন গাৰ্গৰ পৰা অংগৰাগ পাপনলৈ।
কটন কলেজৰ পৰা আম্বেদকাৰ বিশ্ববিদ্যালয়লৈ...
ছাত্ৰ ৰাজনীতিৰ পৰা CAA আন্দোলনলৈ।
গীতিকাৰ,অভিনেতা,গায়ক,লেখক,তাৰ্কিক,কবি, কটনিয়ান,এজন প্ৰতিভাৱান যুৱক ৰাহুল গৌতম শৰ্মা। উচ্চ শিক্ষাৰ বাবে ৰাহুল গৌতম শৰ্মা যাবলৈ ওলাইছে দিল্লীলৈ, Baartalaap Media Academy ৰ ছাত্ৰ ছাত্ৰী সকলৰ সৈতে এক অন্তৰংগ আলাপত অংশগ্ৰহণ কৰিলে ৰাহুল গৌতম শৰ্মাই, অসম আৰু অসমীয়াৰ বাবে কিবা এটা কৰাৰ ইচ্ছা ৰাহুলৰ, ভবিষ্যতৰ পৰিকল্পনাৰ কথাও জনালে ৰাহুল গৌতম শৰ্মাই, Baartalaap বাৰ্তালাপ ৰ তৰফৰ পৰা Rahul Gautam Sharma লৈ শুভেচ্ছা জ্ঞাপন কৰিলো ।
#rahulgautamsharma #chakrapaniparashar #baartalaap #baartalaapmediaacademy
/ baartalaap
/ baarta_laap
/ baartalaapdotin
https://baartalaap.in/