Hey Joyo Raghura Nandana (হে জয় ৰঘুৰ নন্দন) - by Bhupen Hazarika.
αѕѕαмєѕє σℓ∂ ѕσηgѕ (অসমীয়া পুৰণি গীত )
0:00 / 0:00
Hey Joyo Raghura Nandana (হে জয় ৰঘুৰ নন্দন) - by Bhupen Hazarika.
76 348 просмотров · 8 лет назад
αѕѕαмєѕє σℓ∂ ѕσηgѕ (অসমীয়া পুৰণি গীত )
356 тыс. подписчиков
76 348 просмотров · 8 лет назад
Assamese devotional song of Bhupen Hazarika /Lyrics of the song :
. #_হে_জয়_ৰঘুৰ_নন্দন_হে_ৰাঘৱ
🌿🌼🌿
হে জয় ৰঘুৰ নন্দন
হে ৰাঘৱ ৰামে জয় ৰঘুৰ নন্দন !
হে জয় ৰঘুৰ নন্দন
হে ৰাঘৱ ৰামে জয় ৰঘুৰ নন্দন !
মোকে কিনা কিনা প্রভু
মোকে কিনা কিনা প্রভু
মোকে কিনা কিনা
জয় ৰঘুৰ নন্দন
আন ধন নালাগয়
নামধন বিনা..!
জয় ৰঘুৰ নন্দন
হে ৰাঘৱ ৰামে জয় ৰঘুৰ নন্দন !
কিনো ভাগ্য কিনো ভাগ্য !
কিনো ভাগ্য কিনো ভাগ্য !
মিলল হামাৰি
জয় ৰঘুৰ নন্দন
নিৰমল ৰাঙাপদ !
পেখিলো তুমহাৰি
জয় ৰঘুৰ নন্দন হে ৰাঘৱ
ৰামে জয় ৰঘুৰ নন্দন
হে জয় ৰঘুৰ নন্দন
হে ৰাঘৱ ৰামে
জয় ৰঘুৰ নন্দন
হে জয় ৰঘুৰ নন্দন !
হে ৰাঘৱ ৰাম.!
হে জয় ৰঘুৰ নন্দন !
হে ৰাঘৱ ৰাম. ৷৷
🌿🌼🌿